অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

“ক’লা কবিতা”-(স্নেহাংকৰ)


এই বেচৰম দিনত ক’লা পিন্ধাই কথা

ক’লাতো কালিমা সনা অসময়

.

আপুনি ক’লা সাজেৰে পোহৰকহে


বেছি উজলায় বোধৰ তেজেৰে

ক’লা যাৰ ভিতৰ বাহিৰ

মোলান পৰে ক’লাত সি

.

ক’লা ক’লা ক’লা ক’লা ক’লা

হওক এই তিমিৰাচ্ছন্ন ৰঙৰ ভেল্কিত ক’লাই পোহৰৰ আবাহনী

.

এই বেচৰম দিনত

আৰু কি

ক’লা ক’লা ক’লা ক’লা ক’লা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *