সূচী

সূচীপত্ৰ (পঞ্চম বছৰ, প্ৰথম সংখ্যা)

সম্পাদকীয়:

চিন্তাৰ স্বাধীনতা – কৌশিক দাস

কেন্দ্রীয় নিবন্ধ :

যৌনপ্ৰেমৰ ইতিহাস : এক বিশ্লেষণ – টুনুজ্যোতি গগৈ

অসমীয়া ভাষাত বিদেশী শব্দৰ বানান – খগেশ সেন ডেকা

ধৰ্ম নিৰপেক্ষতাৰ বিকল্প আৰ্হি – ধ্ৰুৱজ্যোতি বৰা

ভাৰত ৰাষ্ট্ৰৰ গাঁথনি, উত্তৰ-পূবৰ প্ৰান্তীয় জাতিসমূহৰ সংযোগকৰণ আৰু জাতিসংঘাতৰ সমাধান – ৰক্তিম শৰ্মা

উদাৰতাবাদৰ সংকট :: এক অৱলোকন – কমল নয়ন মিশ্ৰ

শিল্প কলা সংস্কৃতি:

আৰ্ট গেলাৰি – গাৰ্গী কাশ্যপ

কেৱল মানুহৰ আছে গান – ফটিক বৰা

কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে: চেনেহীৰ ফটা ৰিহা – বৰ্ণালী বৰুৱা দাস

বিজ্ঞান-প্রযুক্তি :

যুগান্তকাৰী বৈজ্ঞানিক আবিষ্কাৰ (ষষ্ঠ খণ্ড) – পূৰৱী দেবী

কেনে হ’ব আমাৰ চিন্তাৰ তৰংগই যদি এটা যন্ত্ৰক নিয়ন্ত্ৰণ কৰিব পাৰে ? – ভাৰ্গৱ বৰঠাকুৰ

আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰৰ সৰল ব্যাখ্যা – আৰহান ইনামূল

কবিতা:

কবিতা – ৰশ্মিৰেখা বৰা

মই সাৰে আছোঁ – গৌতম গোস্বামী

ফুল-জুই – অচ্যুৎ মাধৱ দাস

অনুবাদ :

সিহঁতে ভয় কৰে – মূল: গোৰখ পাণ্ডেয়, অনুবাদ: বিতোপন গগৈ

গ্ৰন্থ সমালোচনা:

উইল ডুৰান্টৰ ‘দ্য ষ্টৰী অৱ ফিল’ছ’ফী – মীনাক্ষী বৰুৱা

বিবিধ চিন্তা :

উৎকণ্ঠাৰে ভৰা সেই নিশাটো – সুভাষ শৰ্মা

ক্ৰিকেটৰ শেষ কবিতা – অমিতাভ মহন্ত

দেশী মুছলমানসকলৰ সবল নেতৃত্বৰ প্ৰয়োজনীয়তা – জেহেৰুল ইছলাম

বিশ্বাস-অবিশ্বাস:

অভিযান্ত্ৰিক কলেজৰ শ্ৰেণীকোঠাৰ বিতৰ্ক: ডিজেল নে বিশ্বকৰ্মা – ভাৰ্গৱ বৰঠাকুৰ

অতিথি সম্পাদকৰ শিতান :

অতিথি সম্পাদকৰ কলম – ত্ৰিলোচন গগৈ

যুক্তিবাদীৰ পাৰিপাৰ্শ্বিক সমস্যা: এক সংক্ষিপ্ত আলোচনা – প্ৰসেনজিৎ চৌধুৰী

কবিতাৰ জঞ্জাল : প্ৰদীপ গগৈ

কুসংস্কাৰৰ অৰ্থ: মূল-ভবানীপ্ৰসাদ চাহু, অনুবাদ – কুমুদ ঘোষ

‘ডিজিটেল ইণ্ডিয়া’ৰ স্বপ্ন আৰু সাম্প্ৰতিক সমাজ – কনকলতা দত্ত

আন্ধাৰৰ ৰজা (গল্প) – ৰাজীৱ কুমাৰ দত্ত

বাস্তৱ নে বিভ্ৰম? উচ্চবৰ্ণৰ পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ আহিলা মনুসংহিতা – ড° ভূপেন্দ্ৰ নাথ গোস্বামী

জনগণৰ ভোটাধিকাৰ বনাম যুক্তিবাদী-প্রগতিশীল-সাংস্কৃতিক আন্দোলনৰ সম্ভাৱনা – গৌতম গোস্বামী

লোকবিশ্বাস বনাম যুক্তিবাদী আন্দোলন (ভূত-প্ৰেতৰ প্ৰসংগ উল্লেখসহ) – টুনুজ্যোতি গগৈ

বিদ্যায়তনিক-অবিদ্যায়তনিক (তিনিটা টোকা) – নয়নমণি মেধি

যুক্তিৰ নিক্তি আৰু শক্তি – গৌৰীশংকৰ বৰা

অন্ধবিশ্বাস আৰু আদিবাসী চাহ জনগোষ্ঠীয় সমাজ – ৰঞ্জু কৰ্মী

অন্ধবিশ্বাস আৰু আমি -পল্লৱী কাঠকটীয়া

ৰাশি (গল্গ) – ৰাচিদা ৰহমান

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা: সমস্যা আৰু সম্ভাৱনা – ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা – শিবাংগী আচাৰ্য

যুক্তিবাদী আন্দোলনৰ সমস্যা আৰু সম্ভাৱনা: সাম্প্ৰতিক সময়ৰ পটভূমিত – ডo কস্তুৰী নাথ

সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলন: এটি আলোচনা – ৰুবী বৰা বৰদলৈ

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *