অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)

কাৰ্টুন (নিতুপৰ্ণ ৰাজবংশী)

১৯৯৭ চনৰে পৰা কাৰ্টুনৰ সতে জড়িত৷ প্ৰথম কাৰ্টুন প্ৰকাশ অবিকলত৷ বৰ্তমানে কাৰ্টুনকে পেশা হিচাপে গ্ৰহণ আৰু ছপা,ব্যক্তিগত ৱেবচাইট, চছিয়েল মিডিয়া তথা বিভিন্ন অনলাইন মেগাজিন আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে কাৰ্টুন প্ৰকাশত মনোনিৱেশ৷ মূখ্যতঃ ৰাজনৈতিক প্ৰসংগত কাৰ্টুন অংকন৷ তদুপৰি সমসাময়িক সামাজিক-সাংস্কৃতিক- পাৰিৱেশিক আদি গুৰুত্বপূৰ্ণ বিষয়তো কাৰ্টুন অংকন ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *