শিল্প-কলা-সংস্কৃতি

সুজাতা- (সমুদ্ৰ কাজল শইকীয়া)

ৰামকিঙ্কৰ বেইজৰ ভাষ্কৰ্য সম্পৰ্কে একে আষাৰতে একো কথাই ক'ব নোৱাৰি। অগত্যা বাধ্য হৈ যদি কিবা চমুকৈ ক'ব লগাই হয় তেনেহ'লে সেয়া হ'ব প্ৰাণ প্ৰাচুৰ্য, সংঘাতময়...অধিক

899 0

‘চৈৰাট’ - চলচ্চিত্ৰৰ জৈৱিকতা আৰু সামাজিক বাস্তৱতা- (ননি টেৰণ)

চিনেমা এখন যেতিয়া সফল হয় বা প্ৰশংসিত হয় ,বক্স অফিচত ই যি জোৱাৰ আনে তাৰ সৈতে চিনেমা এখনৰ জৈৱিকতা বা চিনেমা এখন জৈৱিকভাৱে দৰ্শকৰ মাজত...অধিক

1285 0

সমাজ, ধৰ্ম, ৰাষ্ট্ৰ আৰু অ্যাংগ্রি ইয়ং ম্যান (৩য় খণ্ড)- (প্ৰসেনজিৎ চৌধুৰী)

সমাজদ্রোহ বনাম মাতৃ/ভাতৃ যোৱা বছৰ The Hindu পত্রিকাত ‘শ্বোলে’ৰ পৰিচালক ৰমেশ ছিপ্পিৰ এটা সাক্ষাৎকাৰ প্রকাশ পাইছিল। নানান কথাৰ মাজতে সাক্ষাৎকাৰটোত ছিপ্পিয়ে এটা চিত্তাকর্ষক কথা জনাইছে...অধিক

684 0

জন হেন্‌ৰি : আমেৰিকাৰ ‘মহত্তম মালিতা’টো - (বৰ্ণালী বৰুৱা দাস)

...পাহাৰ কাটি ৰেলৰ সুৰংগ পথ কাটিবলৈ প্ৰচণ্ড শক্তিৰে হাতুৰি কোবোৱা জন হেন্‌ৰি আফ্ৰিকা-আমেৰিকাৰ কৃষ্ণাংগ লোক-কথাৰ নায়ক‌। এই লোক-কাহিনী অনুসৰি বগা চৰ্দাৰে সেই কামৰ বাবে ষ্টিম-ড্ৰিলাৰ...অধিক

872 0

শ্যেইক্সপিয়েৰীয় নাট্য সাহিত্য : আত্মনিষ্ঠা আৰু সমাজ-বাস্তৱৰ শৈল্পিক ৰূপায়ণ - (ড০ হাছিনুছ চুলতান)

(এক) শ্যেইক্সপিয়েৰ সম্পৰ্কে আমাৰ পৰম্পৰাগত ধাৰণাটি এনেকুৱা যে তেওঁ আছিল এগৰাকী অসাধাৰণ ধী-শক্তিসম্পন্ন ৰেনেছাঁ কবি তথা প্ৰতিভাশালী নাট্যকাৰ। কোৱা হয় যে ডেৰ শতাধিক ছনেটৰ ৰচয়িতা...অধিক

888 0

সমাজ, ধৰ্ম, ৰাষ্ট্ৰ আৰু অ্যাংগ্ৰি ইয়ং ম্যান (২য় খণ্ড) - (প্রসেনজিৎ চৌধুৰী)

'দীৱাৰ' আৰু সমকালীন সমাজ: এখন জনপ্রিয় চলচ্চিত্রৰ সামাজিক বক্তব্য কিমান ৰেডিকেল হ’ব পাৰে সেইটো কেইবাটাও কথাৰ ওপৰত নিৰ্ভৰ কৰে। প্রথম : বজাৰৰ বাধ্যবাধকতাই অধিকাংশ ক্ষেত্ৰত...অধিক

894 0

বান্ধৱী : এখন উৎকৃষ্ট কোৰিয়ান চিনেমা - ( ময়ূৰ চেতিয়া)

(১) সদ্য যৌৱনপ্রাপ্ত এহাল ল’ৰা-ছোৱালী : কৰিম আৰু মিন-ছু। ল’ৰাজন বাংলাদেশৰ; কামৰ সন্ধানত দক্ষিণ কোৰিয়ালৈ আহিছিল। এবছৰমান ফেক্টৰি এটাত কাম কৰাৰ পাছত ঘৰলৈ ঘূৰি যাব বিচাৰিছে।...অধিক

669 0

এক ডজন প্ৰিয় চিনেমা : বিষয় প্ৰেম (আশ্বিক-উজ-জামান)

প্ৰেম এক বিশ্বজনীন বিষয়বস্তু। মানৱ জাতিৰ ইতিহাসৰ আৰম্ভণিৰেপৰা মানুহে প্ৰেমৰ অৰ্থৰ সন্ধান কৰিছে। গ্ৰীক কিংবদন্তিৰ ওৰেফেয়াছ আৰু ইউৰেডিছিৰ প্ৰেম হওক বা ভাৰতীয় মহাকাব্যৰ শ্ৰীকৃষ্ণ আৰু...অধিক

1011 0