কেন্দ্ৰীয় নিবন্ধ

মণিৰাম দেৱান আৰু জাতীয় পুঁজি

পূৰ্বৱৰ্তী লেখা : মণিৰাম দেৱান : দেশপ্ৰেমিক নে? » ফেইচবুকৰ ‘মুক্ত চিন্তা'ৰ গোটৰ ‘দেৱাল'তে আমি ১৫ জুলাই,২০১৫ তাৰিখে অসম ইতিহাসৰ এক আকৰ্ষণীয় চৰিত্ৰ মণিৰাম দেৱানক...অধিক

1356 1

ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (প্রথম ভাগ)

(প্রবন্ধটোৰ ৰচনাকাল জানুৱাৰি-জুলাই, ১৯৮৯ চন। উৰ্মিৰোল নামৰ এখন আলোচনীত প্রবন্ধটো সংক্ষিপ্তভাবে প্রকাশ হৈছিল।)   প্রাক্‌কথন ১৮৪৭ চনৰ ডিচেম্বৰৰপৰা ১৮৪৮ চনৰ জানুৱাৰিৰ ভিতৰত এখন সৰু কিতাপ ৰচনা...অধিক

1246 0

মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা

জিতেন বেজবৰুৱা (যোৱা সংখ্যাৰ পিছৰপৰা) ৯/১১ত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অল কায়দাই চলোৱা বিমান আক্ৰমণৰ পাছত পৃথিৱীজুৰি মৌলবাদৰ বাগধাৰাটোৱে বিস্তৃতি আৰু নতুন ৰূপ লাভ কৰিছে...অধিক

1922 1

মণিৰাম দেৱান : দেশপ্ৰেমিকনে?

টুনুজ্যোতি গগৈ মণিৰাম দেৱান প্ৰকৃততে দেশপ্ৰেমিক নে দেশদ্ৰোহী, সেই লৈ মাজে-সময়ে কেতবোৰ বিতৰ্ক কলেজীয়া ছাত্ৰাৱস্থাৰপৰাই প্ৰত্যক্ষ কৰি আহিছোঁ আৰু সেই বিতৰ্কবোৰেই মণিৰাম দেৱানৰ জীৱন আৰু...অধিক

3132 1

হাট-বিৰোধী বিদ্ৰোহ আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচী

ডo কমল কুমাৰ তাঁতী সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটাই অসমত ঔপনিবেশিকতা আৰু সাম্ৰাজ্যবাদে পাতনি মেলে তদানীন্তন অসমত নতুনকৈ গঢ় লৈ উঠা চাহ বাগিছাবোৰত কাম কৰোৱাবলৈ ভাৰতবৰ্ষৰ বিভিন্ন...অধিক

1262 0

শ্ৰদ্ধাঞ্জলি সংকলন : প্ৰীতিলতা ওয়াদ্দেদাৰ

বিপ্লৱ বৰা আপোনালোক সকলোৱে পটাছিয়াম চায়নাইড (Potassium Cyanide)ৰ নাম নিশ্চয় শুনিছে। এইবিধ বৰবিহ জিভাত লগাৰ লগে লগে মৃত্যু নিশ্চিত। সেয়ে এইবিধ পদাৰ্থ নিষিদ্ধ ঘোষিত সংগঠনৰ...অধিক

1256 0

যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ

প্ৰসেনজিৎ চৌধুৰী ১ ১. ক. যুক্তিবাদৰ সংজ্ঞা কি? দেখাত প্ৰশ্নটো বৰ সহজ যেন লাগিলেও একেষাৰে ইয়াৰ উত্তৰ দিয়াৰ ধৃষ্টতা আমাৰ নাই৷ ‘যুক্তিবাদ’ শব্দটো নানা প্ৰসংগত...অধিক

2003 0

বস্তুনিষ্ঠ ইতিহাস চৰ্চা

টুনুজ্যোতি গগৈ এখন দেশ বা এটা জাতিয়ে বৰ্তমানৰ বুকুত থিয় হৈ ভৱিষ্যতৰ পথত দৃঢ়তাৰে আৰু সঠিকভাৱে খোজ দিবলৈ হ'লে অতীতৰ বুকুত অৱগাহন কৰাটো প্ৰয়োজন হৈ...অধিক

2901 0