চতুৰ্থ বছৰ

অতিথি সম্পাদকৰ কলম (বিষয়-প্ৰান্তীয় কন্ঠ) - গীতালী বৰপাত্ৰগোহাঁই

‘মূলসুঁতীয়’ আৰু ‘প্ৰান্তীয়’ - এই বায়’নেৰি অপ’জিছনৰ প্ৰসংগ সমাজ এখনত উত্থাপন হোৱা মাত্ৰেই অৱধাৰিতভাৱে আহি পৰে ‘ক্ষমতা’ৰ অৱস্থিতিৰ প্ৰশ্ন। অধিক শুদ্ধকৈ ক'বলৈ হ’লে ‘ক্ষমতাৰ অপ-ব্যৱহাৰ’;...অধিক

278 0

সংগীতৰ মাধ্যমেৰে আমাৰ কিছু প্ৰচেষ্টা- (ৰক্তিম গোস্বামী)

‘মুক্ত চিন্তা’ৰ এই সংখ্যাৰ অতিথি সম্পাদকে মোক আচৰিত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ প্রান্তীয় কন্ঠ হিচাপে মোকো চিহ্নিত কৰিছে আৰু মোৰ সাংস্কৃতিক কাম-কাজৰ বিষয়ে ৰাইজক জনোৱাৰ...অধিক

91 0

যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ-(ড: কমল কুমাৰ তাঁতী)

সাম্প্রতিক কিছু ঘটনাপ্রবাহে এই কথা প্রমাণিত কৰি আহিছে যে - আমি ‘অসমীয়া’ জাতি হিচাপে আগতকৈ বহুত পৈণত হৈছোঁ, সুসংহত হৈছোঁ; পুৰণি ভুল-ভ্রান্তিৰপৰা আমি শিকিছোঁ আৰু...অধিক

141 0

প্ৰান্তীয় কণ্ঠ ৰূপত  বিকল্প গণ মাধ্যম : এক অৱলোকন-(টুনুজ্যোতি গগৈ)

‘মোৰ মন যায় প্ৰাচীৰে প্ৰাচীৰে কিছু কথা লিখিবলৈ মই যে বেকাৰ পাইছোঁ লেখাৰ স্বাধীনতা...’ ‘ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়’ বুলি কৈ যোৱা বিপ্লৱী কবি সুকান্ত ভট্টাচাৰ্যই...অধিক

173 0

অসমৰ প্ৰান্তীয় এলেকা চৰ আৰু ঝাই ফাউণ্ডেচন-(আশ্ৰাফুল হুছেইন)

অসম ৰাজ্যখন জনগাথঁনিৰ দিশত থকা বৈচিত্ৰ্যৰ দৰেই ভৌগোলিকভাৱেও খুবেই বৈচিত্ৰ্যপূৰ্ণ। পাহাৰ-ভৈয়ামৰ উপৰিও অসমত আছে বিস্তৃৰ্ণ চৰ এলেকা। চৰ বুলিলে চাৰিওফালে পানীৰে আগুৰা নৈৰ মাজৰ বা...অধিক

251 0

অসমীয়া জাতীয় অভিধান: বৃহত্তৰ আৰু¸ মহত্তৰ অসমীয়া জাতিগঠনৰ অভিজ্ঞান-(দ০ দেৱব্ৰত শৰ্মা)

প্ৰস্তাৱনা : প্ৰায় এযুগৰ পৰিকল্পনা আৰু একদশকৰ পৰিশ্ৰমৰ অন্তত ২০১০ চনৰ পহিলা জানুৱাৰিত অসমীয়া জাতীয় অভিধানৰ প্ৰথম খণ্ড প্ৰকাশ পায়। লগে লগে ইয়াক কেন্দ্ৰ কৰি...অধিক

285 0

মূলসুঁতীয়, প্ৰান্তীয়, বাদুংদুপ্পা ইত্যাদি - (নীলোৎপল বৰুৱা)

আমি হ’লো জনসংঘীয় প্ৰাণী। আমাক শাসন কৰাৰ অধিকাৰ কেবাখলপীয়া কৰি পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা আছে। ক্ষমতা বিভাজনৰ “বাকচৰ ভিতৰৰ বাকচ’ আৰ্হিটোৰ মাজতে আমাৰ সাংস্কৃতিক কুচ-কাৱাজ...অধিক

145 0