চতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

অতিথি সম্পাদক : অচ্যুৎ মাধৱ দাস

প্ৰতিবাদী সাহিত্যৰ যৎকিঞ্চিৎ - (অচ্যুৎ মাধৱ দাস)

সাম্প্ৰতিক সময় আৰু সমাজখনৰ প্ৰেক্ষাপটত সাহিত্যৰ বিভিন্ন দিশবোৰৰ ভিতৰত আলোচনাৰ বাবে অতিশয় প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ এটি দিশ হৈ পৰিছে প্ৰতিবাদী সাহিত্য। সাহিত্যৰ তথাকথিত মূল ধাৰাবোৰৰ...অধিক

91 1

এটা মুছলমান কবিতা-(মনোজ নেওগ)

থুঁতৰিত দীঘল দাড়ি , মূৰত টুপী, কাণৰ কাষত আতৰ লৈ মুছলমান জাতৰ কবিতা এটা এজন কবিৰ গৰ্ভৰ পৰা ওলাওঁ নোলাওঁকৈ ওলাইছিল মুখ বায়নৰ মুখ এখনত...অধিক

58 0

কেশৱ মহন্তৰ গীত আৰু কবিতা - (টুনুজ্যোতি গগৈ)

কেশৱ মহন্তৰ বিয়োগ অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি আছিল বুলি অনেক যুক্তি উত্থাপন কৰিয়েই ক’ব পাৰি। মহন্তই ভালেমান সুখপাঠ্য গদ্য ৰচনা কৰিলেও তেওঁ...অধিক

52 0

ভিয়েটনাম কবি টো হূৰ প্ৰতিবাদী কবিতা-( খগেশ সেন ডেকা)

ভিয়েটনাম বিপ্লৱৰ সময়ৰ এগৰাকী উল্লেখযোগ্য কবি টো হূৰ জন্ম হৈছিল ১৯২০ চনত, কেন্দ্ৰীয় ভিয়েটনামৰ হুৱেত৷ এইগৰাকী কবিক মাৰ্কিন সাম্ৰাজ্যবাদৰ সমৰ্থক তৎকালীন চৰকাৰে চৰকাৰ বিৰোধী লেখা-মেলাৰ...অধিক

34 0

অসমীয়া প্ৰগতিশীল চুটিগল্প : এটি চমু আলোচনা-(টুনুজ্যোতি গগৈ, সীমা ভূঞা)

প্ৰগতিশীল সাহিত্যক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল হ’লেও সাধাৰণ অৰ্থত যি সাহিত্যই সমাজক গতিশীল কৰি তোলে, তাকে প্ৰগতিশীল সাহিত্য হিচাপে অভিহিত কৰিব পৰা যায়।...অধিক

55 0

প্রতিবাদী কবিতা : কবিতাৰে প্রতিবাদ -(অনিতা গগৈ)

 ‘‘কবিতা মানৱ হৃদয়ৰ সূক্ষ্মতম অনুভূতিৰ স্বতঃস্ফূৰ্ত প্রকাশ।’’ বেদনাৰ্দ্র হৃদয়েই হ’ল কবিতাৰ সৃষ্টিৰ কঠীয়াতলী। কিন্তু এই বেদনা কেৱল লৌকিক প্ৰাণৰ সাধাৰণ বিষাদ নহয়, ই হ’ল জীৱন...অধিক

95 0

আশীৰ পৰৱর্তী প্রতিবাদৰ গল্প আৰু একোটা চিঞৰ- (বিপাশা বৰা)

You can make anything by writing. - CS Lewis চৌপাশে ইমান কোলাহল-হট্টগোল, জাক জাক চিনিকৰ মিছিল, শতিকাৰ শেষৰ দুই দশকৰ আমাৰ নাকত এতিয়াও লাগি থকা...অধিক

Sticky! 75 0

প্ৰগতিশীল প্ৰতিবাদী নাটক সম্পৰ্কত ড০ সীতানাথ লহকৰৰ সৈতে সাক্ষাৎকাৰ(কল্যাণী বৰুৱা)

‘প্ৰতিবাদ’ - সমাজত চলি থকা নানা অন্যায়, অবিচাৰ বা শোষণৰ বিৰুদ্ধে যুজাঁৰ/সমস্যাবোৰ সন্মুখলৈ অনাৰ একমাত্ৰ বাট। প্ৰতিবাদ মানে কেৱল ৰাজপথৰ আন্দোলনেই নহয়। প্ৰতিবাদৰ বিভিন্ন ভাষা...অধিক

53 0