ষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

 কৰ্মস্থানত নাৰীৰ যৌন নিৰ্যাতন : ৰাষ্ট্ৰ আৰু সমাজব্যৱস্থা -(গীতালী  বৰপাত্ৰগোহাঁই)

“Women are the only oppressed group in our society that lives in intimate association with their oppressors.” - Evelyn Cunningham সমাজৰ বিভিন্ন প্ৰান্তত শোষিতসকলৰ ভিতৰত...অধিক

334 0

ক্ষমতা আৰু পুৰুষতন্ত্ৰ- (সন্ধ্যা দেৱী)

  মানুহ অভ্যাসৰ দাস। কিছুমান ৰীতি-নীতি বা ব্যৱস্থাৰ সৈতে আমি ওতপ্ৰোতভাৱে ইমানেই জড়িত হৈ পৰো বা অভ্যাসৰদ্বাৰা সম্পন্ন কৰোঁ যে সেইবোৰৰ যুক্তিযুক্ততাৰ বিষয়ে আমি প্ৰশ্ন...অধিক

369 0

বিটি ফ্ৰিডান (Betty Fridan) আৰু মহিলাৰ ঘৰুৱা কাম-কাজ- (ৰত্না দত্ত)

              বিটি ফ্ৰিডানৰ ‘দ্য ফেমিনিন মিষ্টিক' (The Feminine Mystique) নামৰ নাৰীবাদ সম্পৰ্কীয় সমাজবাদী গ্ৰন্থখনে প্ৰকাশৰ পঞ্চাছ বছৰ অতিক্ৰম কৰিছে। এই উপলক্ষে কিতাপখনৰ পুনৰ প্ৰচাৰ, প্ৰকাশ...অধিক

246 0

মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : বোধ আৰু বিচাৰ-(বিপাশা বৰা)

        আমি বিশ্বৰ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাসিন্দা। যিখন ৰাষ্ট্ৰত প্ৰতি ১০-১৫ মিনিটৰ মূৰে মূৰে ধৰ্ষণৰ বাতৰি পোৱা যায়, যিখন দেশত পদে পদে নাৰী লাঞ্ছিত-বঞ্চিত...অধিক

378 0

জৰায়ু-(পূজা নিৰালা)

  মই অহা-যোৱা কৰা বাটটোত নিষিদ্ধ বৰষুণ পবিত্রতাৰ লক্ষ্মণৰেখা নেওচি ইন্দ্ৰ সভাত নৰ্তকী মই জুয়ে পুৰা সোণ মই নহওঁ গংগাজলে ধোৱা সাধ্ৱীও নহওঁ যুগে যুগে...অধিক

383 0

তিনি তালাক : মহিলাৰ অধিকাৰৰ ৰাজনীতিকৰণৰ প্রসংগত-(পাৰভিন চুলতানা)

 ছায়ৰা বানু নামৰ ৩৫ বছৰীয়া মহিলা এগৰাকীৰ আৱেদনপত্রই বৰ্তমান সময়ত তিনি তালাকৰ বিষয়ে চলি থকা বিবাদৰ মূল কাৰণ। প্রায় ১৫ বছৰ আগতে ৰিজৱান আহমেদ নামৰ...অধিক

316 0

জনন পৰিচয়, নাৰী, ৰাষ্ট্ৰ, এটিট্যুড, অধিকাৰ... -(সমুদ্ৰ কাজল শইকীয়া)

সাধাৰণীকৰণৰ দোষে চুব বুলি জানিও এষাৰ কথা নকৈ নোৱাৰি যে অসমৰ বৌদ্ধিক, চিন্তক আৰু সৃষ্টিশীল মহলত “পৰম সত্য”, “চূড়ান্ত বিচাৰ”, “সাৰ্বজনীন” – এনেধৰণৰ ধাৰণা কিছুমানৰ...অধিক

334 0

পৰিস্থিতিৰ সঠিক বিশ্লেষণেৰে নাৰী আন্দোলন বিকশাই তোলো আহক- (অঞ্জু বৰকটকী)

 কংগ্ৰেছৰ বিকল্পৰূপে ইতিমধ্যে কেন্দ্ৰত প্ৰতিষ্ঠা হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ। অসমতো কংগ্ৰেছৰ বিকল্প ৰূপত যোৱা নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি দল। কেন্দ্ৰত গাদী দখল...অধিক

305 0