দ্বিতীয় বছৰ

অতিথি চ'ৰাৰ সম্পাদকৰ কলম - (সুশান্ত কৃষ্ণ শৰ্মা)

  মানুহৰ মুক্তিৰ জয়গান গোৱা সাহিত্যৰ বিশেষ ধাৰাটোক সমৃদ্ধ কৰা এজন পৰিশ্ৰমী আৰু দায়বদ্ধ লেখক হৈছে প্ৰয়াত জেহিৰুল হুছেইন। জেহিৰুল হুছেইনৰ কলমেই আছিল তেওঁৰ জীৱন...অধিক

445 0

কলেৰা ডাক্তৰ, মৰূদ্যান আৰু আশীৰ দশকৰ এজন গল্পকাৰ (বিপাশা বৰা)

  প্ৰাক-কথন : সমকালীন অসমীয়া গদ্য সাহিত্যত উল্লেখনীয় পৰিৱৰ্তন আহিছে বিশ্বায়ন আৰু উদাৰীকৰণৰ পিছত। সাম্প্ৰতিক ঘটনাবহুল সময়ত সামাজিক পৰিস্থিতিসমূহৰ সহজ ব্যাখ্যা অসম্ভৱ যেন বোধ হয়।...অধিক

462 0

জেহিৰুল হুছেইনৰ কবিতা - (নয়নমণি মেধি)

শোষিত-নিষ্পেষিত শ্ৰমজীৱী জনগণৰ জীৱন আৰু সংগ্ৰামৰ পটভূমিত গল্প ৰচনা কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা তথা স্বকীয় পৰিচিতি লাভ কৰা জেহিৰুল হুছেইনে এৰাধৰাকৈ হ'লেও যে কাব্যচৰ্চাও...অধিক

444 0

বিষয় নাইচ কা - (সপোনজ্যোতি ঠাকুৰ)

  মোৰ ঘৰ দেৰগাঁৱত। জিলা গোলাঘাট। মোক যদি কোনোবাই সোধে, 'আমি এই সময়ত আটাইতকৈ কিহৰ অভাৱ অনুভৱ কৰি আছো', একে আষাৰে ক'ম, 'নাইচ কাৰ'। নাইচ...অধিক

410 0

সাক্ষাৎকাৰ : জেৰিফা ৱাহিদ – (সাক্ষাৎ গ্ৰহণ : ফাৰ্ণাজ নাৰ্গিচ দুৱৰা)

  * অভিনয়ৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল? : অভিনয়ৰ প্ৰতি আগতে কেতিয়াও আকৰ্ষিত হোৱা নাছিলোঁ। সময়বোৰ ঘড়ীৰ কাটা মতে চলা নাছিল। সেইবাবেই ভাল নাপাইছিলোঁ। কিন্তু...অধিক

630 0

যুগদ্ৰষ্টা চলচ্চিত্ৰকাৰ পদুম বৰুৱা - (বিতোপন বৰবৰা)

এখন মাত্ৰ ছবি ‘গঙা চিলনীৰ পাখি’ৰেই যাউতীযুগীয়া খ্যাতি লভা প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ পদুম বৰুৱাৰ মতে, চলচ্চিত্ৰৰ ভাষা এনে– য’ত দৃশ্যই কথা বেছি ক’ব– সংলাপ যৎকিঞ্চিৎ থাকিব...অধিক

851 0

বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা - (ননি)

  [আহে সভাসদ : দেখহ শুনহ 'বকুল' সংবাদ] কাৰোবাৰপৰা শুনিছিলোঁ, ভবেন্দ্ৰনাথ শইকীয়াদেৱে তেওঁ চলচ্চিত্ৰ এখন নিৰ্মাণ কৰাৰ পিছত, তেওঁৰ চলচ্চিত্ৰত যি যি লোকে বিত্তীয়ভাৱে সহায়-সহযোগ...অধিক

811 0

কথানদীৰ কথা : পপকৰ্ন, ক’ল্ড ড্ৰিংকছ আৰু লোকজীৱনৰ ফিউজন - (বৰ্ণালী বৰুৱা দাস)

১) পাতনিতে অলপ ব্যক্তিগত বকলা : যোৰহাটৰ ইলি হলত এবাৰ জাহ্নু বৰুৱাৰ ‘অজেয়’ চাবলৈ গৈছিলো। টিকট কাউন্টাৰ তেতিয়ালৈকে খোলাই নাই‌। হলৰ ওচৰত মানুহ-দুনুহ নাই‌। ব্যস্ত...অধিক

964 2