দ্বিতীয় বছৰ

অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰদ্বিতীয় সংখ্যা (দ্বিতীয় বছৰ)

বিৱৰ্তন- (গৌৰীশংকৰ ভূঞা)

“হোষ্টেলটো যে আৰু দেই, বন্দীশাল এটা!” আবেলি ৬ বজাৰ ঘৰত ঘড়ীৰ কাঁটা লাগো লাগো হ’লেই ঊষাৰ মনলৈ এই বাক্যটোৱেই আহে।

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰদ্বিতীয় সংখ্যা (দ্বিতীয় বছৰ)

দুৰ্গা পূজা আৰ্যসকলৰ উৰ্বৰ মস্তিষ্কৰ পৰিকল্পিত সৃষ্টি – ( প্ৰাঞ্জল দেউৰী)

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ কোনো কোনো স্থানত দুৰ্গা পূজাই সৰ্বাত্মক ৰূপ লৈছে। দুৰ্গা পূজা কেতিয়াৰপৰা আৰু কি উপলক্ষ্যত উদযাপিত হৈছে

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰদ্বিতীয় সংখ্যা (দ্বিতীয় বছৰ)

ৰাৱণ – (অম্লানজ্যোতি দেউৰী)

গাঁৱৰ আটাইতকৈ হৃষ্ট-পুষ্ট আৰু ওখ ল’ৰাজনৰ নাম ৰাৱণ সকলোৱে চায়, আৰু ৰাৱণক জোকায় দহজনৰ কাম অকলে কৰা ৰাৱণ গুচি যায়

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অতিথি সম্পাদকৰ কলম- (মনোজ কুমাৰ মহন্ত)

‘মুক্ত চিন্তা’ৰ দৰে আলোচনী এখনত অতিথি সম্পাদকৰ দায়িত্ব পালনৰ সুযোগ দিয়াৰ বাবে ইয়াৰ লগত জড়িত সকলোকে প্ৰথমে আন্তৰিক ধন্যবাদ জনাইছোঁ।

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

অসমীয়া জাতীয়তাবাদৰ গতিধাৰা : সমস্যা আৰু সমাধান – (উদয়াদিত্য ভৰালী)

অসমীয়াত “জাতি” শব্দটোৰ অৰ্থ কিছু খেলিমেলি লগা। ইংৰাজীত Nationality শব্দটোৱে যি অৰ্থ বুজায় অসমীয়াত “জাতি” শব্দটোৱে সেই অৰ্থকেই বুজায়। পিছে

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰ

দলং- (পংকজ ঠাকুৰীয়া)

দুহতীয়া ৰঙা-নীলা পাৰিৰ গামোচা কঁকালত মেৰিয়াই পেন্দুকণাকেইটা নৈৰ পানীৰপৰা উঠি আহি হাত জোকাৰি সৈনিকসকলক টাটা-বাই বাই কৰিব ধৰিলে, ৰ’দত কজলা

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰ

পৰিৱৰ্তন- (প্লাৱন চেতিয়া)

খবৰটো আশা কৰি আছিলো গোটেইকেইটাই। খবৰটো মানে ভাইটি দাইৰ বিয়া। গোটেইকেইটা মানে আমি … মই, বুবু, মাইনা, জুকু, পম্পী বা,

Read More
অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

ৰাভালৈ চিঠি- (নিকু দুৱৰা)

(১) স্বাধীনতাৰ নামত এটা ৰাতি উজাগৰে কটাইছো। ৰঙা জীৱনৰ আৱেগ বুকুত বান্ধি – কাঁইটৰ ওপৰেৰে খোজ কাঢ়িছো। দুচকুত অহৰহ কঢ়িয়াই

Read More