তৃতীয় বছৰ (প্ৰথম সংখ্যা)

আব্দুল হামিদ ভাসানী আৰু ঔপনিৱেশিক অসমৰ পিছৰ ছোৱাত ভূমি ৰাজনীতি (মূল: গোৰ্কি চক্ৰৱৰ্তী, অনুবাদ: যতীন্দ্ৰ চৌধুৰী)

অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কেবাগৰাকী নেতাৰ আবিৰ্ভাৱ হোৱা দেখা গৈছিল ১৯৩৭ খৃষ্টাব্দৰ নিৰ্বাচনত। সেই একেটা বছৰতে বিধানসভালৈ নিৰ্বাচিত হোৱা আব্দুল হামিদ খান আছিল সেইসকলৰ...অধিক

360 0

অসমৰ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যৎ (টুনুজ্যোতি গগৈ)

অসমত বসবাস কৰি থকা বংগীয় মূলৰ মুছলমানসকলৰ ভবিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ লৈ ভাবিছোঃ এই লেখাৰ শিৰোনাম চায়েই হয়তো এচাম পাঠকে মন্তব্য কৰিব – ‘অসমৰ খিলঞ্জীয়া...অধিক

608 1

চৰ ভ্ৰমণে সলনি কৰিলে মোৰ ধাৰণা ( আৰহান ইনামূল)

উজনি অসমৰ সৰহসংখ্যক মানুহৰ দৰেই মোৰো এক বেলেগ ধৰণৰ ধাৰণা আছিল নামনি অসমৰ চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতি‌। সাধাৰণতেই মিডিয়া আৰু বিভিন্ন ৰাজনৈতিক মহলৰ...অধিক

272 1

চৰ: শোষণ-পীড়নৰ এক ৰম্যভূমি (পৰিশ্মিতা নাথ)

‘মুক্ত চিন্তা’ গোটৰ পোন্ধৰজনীয়া দল এটাৰে শুভাৰম্ভণি হৈছিল প্ৰথম যাত্ৰা। যাত্ৰীবোৰ প্ৰায়ভাগে আছিল মোৰ বাবে অচিনাকি, কিন্তু দুৰ্গম চৰবোৰ চোৱাৰ হেপাহে মনবোৰ এক কৰি দিছিল...অধিক

202 0

অসমৰ চৰ-চাপৰিৰ বংগমূলীয় মুছলমানৰ সাহিত্যিক অৱদান (ডঃ অনুৰাধা শৰ্মা)

অসমৰ বৃহত্তৰ চৰ-চাপৰি অঞ্চলত বসবাস কৰা বংগমূলীয় অসমীয়া মুছলমানসকল এতিয়া অসমৰ এটি শক্তিশালী জনগোট৷ অসমৰ জনসমাজত সততে ‘মিঞা' নামেৰে আখ্যায়িত এই জনগোষ্ঠীটোক কোনো ধৰণৰ আগ-গুৰি...অধিক

818 0

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চৰ-চাপৰিবাসীৰ ভূমিকা (ফজল আলী আহমেদ)

অসমৰ চৰ-চাপৰিত বসবাস কৰা সকলৰ পূৰ্বপুৰুষসকলে অবিভক্ত ভাৰতবর্ষৰ বংগৰ পৰা অসমলৈ আহিছিল, সেয়া সময় আছিল ১৯০০ চনৰ আশে-পাশে। এই ক্ষেত্ৰত ইংৰাজসকলে এওঁলোকক পাঁচটকীয়া ফেমিলি কাৰ্ড...অধিক

517 0

জীৱন আৰু জীৱিকাৰ সংগ্ৰামত চৰ-চাপৰিৰ নাৰীৰ জীৱনপঞ্জী (বেগম আছমা)

নাৰী আৰু পুৰুষ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নাৰীক বাদ দি মানৱজাতি বা সমাজ কল্পনাৰ অতীত, তথাপিও পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ মূল্য একেবাৰে নিম্ন বুলি ক'লেও ভুল...অধিক

507 1

সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত চৰ-চাপৰিবাসী (ডঃ আবুল হুছেইন)

ভৌগোলিক দিশত চৰ-চাপৰিৰ এক বিশেষ অস্তিত্ব আছে৷ নৈৰ বুকুত, নৈৰ পাৰত গঢ়ি উঠা চৰ-চাপৰিৰ পলসুৱা মাটিত এটি সেউজ পৰিবেশত চৰ-চাপৰিবাসীৰ ডুখৰীয়া জীৱন৷ ৰ’দ-বৰষুণ, বাৰিষা, খৰাং...অধিক

344 0