অতিথি সম্পাদকৰ চ’ৰা

এই সংখ্যাৰ অতিথি চ’ৰাৰ সম্পাদক : সঞ্জীৱ পল ডেকা

৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

উপদলীয়-(মূল: মানিক বন্দোপাধ্যায়; অনুবাদ: মুনীন শৰ্মা)

সিদিনা ৰাতিপুৱা প্ৰশান্তই নতুন লেখা এটা আৰম্ভ কৰি গভীৰ মনোযোগেৰে কলম চলাই গৈছিল। এনেতে বাহিৰৰ কোনো এখন সৰু চহৰৰ পৰা

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

বাৰীৰ চুকৰ আঁহত (ডাঃ ভগৱান দেৱ মিশ্ৰ)

আজি পাঁচমাহেই হ’ব এতিয়া। ঘৰতেই নিজকে আৱদ্ধ কৰি ৰাখিছোঁ। বিৰক্তি লাগিছে। এবাৰ যদি ইখন কিতাপ টানি আনি চাৰি পৃষ্ঠামান পঢ়িছোঁ,

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

অজ্ঞাত প্ৰস্থান (চাও ৰাহুল শ্যাম)

আতংক হৈছে যোৱা ৫০০০ বছৰৰ ইতিহাসৰ এক স্বাভাৱিক প্ৰতিক্ৰিয়া। দুটাকৈ বিশ্বযুদ্ধ পাৰ হৈ গ’ল, তৃতীয়টোও সমাগত। একবিংশ শতিকাৰ আৰম্ভণিতে ইৰাক-বাগদাদত

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

দ্য ব্লেক ব্লাড (ড০ বিদিশা মহন্ত)

:কপাল!! বাৰে বাৰে কপালে ঠগা মানুহবোৰে কিয় কপালকে ধিয়ায়? … হাঁহি উঠা কথা নহয়নে? বিজয় নগৰৰ তাইৰ ওৱান বি এইচ

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

এতিয়াও কিন্তু পৃথিৱী ঠিকেই ঘূৰিছে (ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

ফ্লোৰেন্স চহৰৰ এটি সেমেকা ৰাতিপুৱা। ফেব্ৰুৱাৰী মাহৰ কুঁৱলী ফালি সূৰ্য্যদেৱে ভূমুকি মাৰিছে যদিও জাৰৰ ঠেঁহ অলপো কমা নাই। তাতে আকৌ

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

কঁহুৱা ফুল (প্ৰশান্ত আচাৰ্য)

[প্ৰয়াত প্ৰশান্ত আচাৰ্য (১৯৫১-২০০৪) আছিল এগৰাকী প্ৰতিভাৱান গল্পকাৰ। ১৯৮৬ চনত তেখেতৰ “ক্ষোভ” নামৰ এখন গল্প-সংকলন প্ৰকাশ পাইছিল। তিনিটা মাত্ৰ গল্পৰ

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

অতিথি পৰায়ণ মানুহজনৰ ঘৰ (মূল: জ’ম’ কেনিয়াটা; অনুবাদ: পূৰৱী দেৱী)

(লিখকৰ পৰিচয় – ১৮৯১ চনত কেনিয়াৰ প্ৰথম প্ৰধান মন্ত্ৰী জ’ম’ কেনিয়াটাৰ জন্ম হয়। কিকুউ উপজাতিৰ লোক কেনিয়াটায়ে নিজ উপজাতিৰ বিভিন্ন

Read More