বিবিধ চিন্তা

NOTA : এক অৱলোকন (বিপ্লব বৰা)

২০১৩ চনৰ ২৭ ছেপ্টেম্বৰ। এই দিনটো ভাৰতীয় গণতন্ত্ৰৰ ৰাজনৈতিক ব্যৱস্থাৰ, বিশেষকৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ, কাৰণে স্মৰণীয় দিনবোৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ দিন। সেইদিনা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য...অধিক

824 0

ধৰ্মৰ আলোচনা আৰু আলোচকৰ ধৰ্ম (পৰাগ দাহাল)

স্বাভাৱিক পৰিৱেশ এটাত বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ সমান্তৰালকৈ ধাৰ্মিকতা কমি যাব লাগে‌। য়ুৰোপৰ উন্নত দেশবোৰত খ্ৰীষ্টান (আচলতে প্ৰাক্তন খ্ৰীষ্টান) মানুহৰ মাজত সেই প্ৰক্ৰিয়া আৰম্ভ হৈছেই‌। বিজ্ঞান-প্ৰযুক্তিৰ ব্যৱহাৰ...অধিক

859 0

কলম্বাচৰ দেশত ছমাহ (গিৰিজা গৌতম)

প্রাচীন সভ্যতাৰ এখন ঐতিহ্যপূৰ্ণ দেশ স্পেইন। এই দেশখনতে মই মোৰ কলেজীয়া জীৱনৰ অন্তিম বছৰৰ ছটা মাহ কটোৱাৰ সুবিধা পাইছিলো। ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্গত কিছুমান ইউৰোপীয়ান  ইউনিভাৰচিটি...অধিক

772 0

ধৰ্ম, ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা

ধৰ্ম,ঈশ্বৰ আদিৰ প্ৰয়োজনহীনতা বিভিন্ন ধৰণেৰে প্ৰতিষ্ঠা কৰিব পাৰি। এই ক্ষেত্ৰত বৈজ্ঞানিক তথা দাৰ্শনিক বিশ্লেষণ প্ৰধান মাধ্যম। আনহাতেদি, মানৱ প্ৰজাতিৰ ইতিহাসৰপৰা ধৰ্ম তথা ঈশ্বৰৰ প্ৰভাৱৰ বিশ্লেষণ...অধিক

974 0

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনা সন্দৰ্ভত ৰাইজলৈ গোহাৰি

যোৱা ৯ ফেব্ৰুৱাৰি তাৰিখে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত DSU (Democratic Students Union) নামৰ ছাত্ৰসংগঠনটোৰ কেইজনমান প্ৰাক্তন ছাত্ৰই আয়োজন কৰা অনুষ্ঠান এটাক লৈ শেহতীয়াকৈ দেশত মুক্ত চিন্তা...অধিক

1050 0

সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন

যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়। জীৱবিজ্ঞানৰ তথ্য-পৰ্যবেক্ষণৰপৰা ইয়াৰ বাবে যথেষ্ট...অধিক

1571 0

প্ৰতাৰক (অণু-গল্প)

ঢকুৱাখনা চাৰিআলি। চিঁচাৰ বৈয়াম এটাত তিনিটা গজা। এইখন কেতেকীৰ হোটেল। খালী ৰঙা চাহ একাপ খাই মই ৰাস্তা পাওঁহি। "অ ককাইদ'।"- কেতেকীয়ে চিঞৰি মাতে। "হেঁ:!"- মই...অধিক

567 0

অজস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত চৰ-চাপৰিৰ কৃষক

চৰ-চাপৰিৰ অৰ্থনীতিৰ ভেটি কৃষিৰেই বন্ধা। সামান্য এটা অংশৰ বাদে বাকীসকল খেতিয়ক। চৰ-চাপৰিত হৈ থকা বানপানীৰ ফলত কৃষিভূমিৰ ওপৰৰ তৰপটোত পলস পৰে আৰু সেই পলস পৰা...অধিক

989 0