গল্প-কবিতা

বৈভৱী শৈশৱ (উইল চিদ্দিকুৰ ৰহমান)

বৈকুণ্ঠ বৈভৱী মোৰ টাংগুটি খেলা অতীত শৈশৱ পতিতালয়ত আবদ্ধ সময় গণিত বন্ধুসৱৰ হাতে হাতে এতিয়া হিলৈ খজা বাৰুদ বাৰুদে নাজানে কোনে টানে ট্রিগাৰ, ট্রিগাৰত কাৰ...অধিক

74 0

কবিতা (ৰশ্মিৰেখা বৰা)

কথাবোৰ তই শুনগৈ মানে বেলি লহিয়াবগৈ গৰু-ছাগলীবোৰ ঘূৰি অহাৰ পৰ হ’ব কিনকিন নিয়ৰত তিতা গধূলিগোপালে ছটিয়াব সন্ধিয়াৰ এধানমান পোহৰ বহুদিনৰ পিছত উলটি আহিছোঁ চিনাকি মানুহবোৰৰ...অধিক

198 0

নমস্য (কুলেন দাস)

মই তোমাৰ নৰকৰ সুঁতি এটা বোৱাই লৈছোঁ মোৰ পিনে এটা পৈশাচিক চিঞৰ লেলাউটি বোৱাই গজি উঠিছে মোৰ কণ্ঠত অটব্য ক’লা পিটনিত শামুক ভঙাৰ দীঘল ঠোঁট...অধিক

373 0

অজাতি সপোনৰ কথা (কল্যাণী বৰ্মন) 

সাৰে থকা ৰাতিবোৰ পুহি পুহি ফিচিকি উঠিছে পিতাইৰ ঘৰৰ শেতেলী চিন্তাবোৰ অহেতুক নাছিল হয়তো পিতাইৰ মাথোঁ যোৱাৰ আগতে সাৰি মছি থৈ যাব নোৱাৰিলে মজিয়াৰ ধূলি-বালি...অধিক

341 0

নৰক (উপাসনা কৃষ্ণাত্রেয়)

মই জানোঁ যে মই এখন নৰকৰ পৰা আনখন নৰকলৈ গৈ আছোঁ৷ বহুতেই কয় পৃথিৱীখনো হেনো নৰক৷ কিন্তু মোৰ চৌপাশখন যাক মই এতিয়া নৰক বুলি ভাবিবলৈ...অধিক

565 0

সৰি পৰা পকা ফল এটা নহ’লো কিয়- (অচ্যুত মাধৱ দাস)

  পৃথিৱী এখন ৰসাতলে যোৱা দেখিলে এটাই মাথোঁ আক্ষেপ হয় সৰি পৰা পকা ফল এটা নহ’লো কিয় পকা ফলৰপৰা দুটি পাত পাতৰপৰা পুলি আৰু তাৰপৰাই...অধিক

335 0

হাৱা-পানীৰ বুদবুদ - (গৌৰীশংকৰ দাস)

   শুকান মৰা ঠাৰিৰে আমি দুটা বস্তু সাজিছিলোঁ খেলনাৰ ভৰ জাল আৰু ভাত বৰশীৰ পুঙা, যিবোৰ উজানৰ দিনত কেতিয়াও কামত নাহিছিল৷‌   সৰুতে মোৰ সপোন...অধিক

283 0

বজাৰ - (প্ৰণৱজ্যোতি ডেকা)

    মোৰ শৰীৰটোৰ অংগ-প্ৰত্যংগ এপদ এপদকৈ বিক্ৰী হৈ আছে বজাৰত। দুয়োখন হাতত ৰচি লগাই ওলোমাই থৈছে কছাইখানাৰ ছাগলীটোৰ দৰে   বজাৰ বহাৰ লগে লগে...অধিক

338 0