গল্প-কবিতা

বজাৰ - (প্ৰণৱজ্যোতি ডেকা)

    মোৰ শৰীৰটোৰ অংগ-প্ৰত্যংগ এপদ এপদকৈ বিক্ৰী হৈ আছে বজাৰত। দুয়োখন হাতত ৰচি লগাই ওলোমাই থৈছে কছাইখানাৰ ছাগলীটোৰ দৰে   বজাৰ বহাৰ লগে লগে...অধিক

387 0

সহযোদ্ধা - (শুভ লক্ষ্মী)

কিমানবাৰ নিৰ্যাতন হ'লে তুমি বুজিবা যে তুমি এগৰাকী যোদ্ধা? কিমানখন হৃদয় লাগিব তোমাক সাহসী হ’বলৈ? কিমানখন কাণ লাগিব তোমাক তোমাৰেই আপোন কাৰোবাৰ আৰ্তনাদবোৰ শুনিবলৈ? কিমানহাল...অধিক

411 0

হাতুৰী সংগীত - (মনজিতা শইকীয়া)

ৰাজপথত সৌৱা পিম্পৰাৰ যেন লানি শ্ৰান্ত ক্লান্ত অৱহেলিত বঞ্চিত শোষিতৰ শাৰী, নিজৰে অৱশিষ্ট টানি টানি ভাগৰুৱা শ্ৰমিকৰ ঘামেধোৱা শৰীৰ। জন হেনৰি, বজোৱা তোমাৰ হাতুৰী সংগীত...অধিক

407 0

বৃষ্টি স্রষ্টা (The Rain Maker) - (কুলেন দাস)

বুৰঞ্জীৰ পাতবোৰ লুটিয়াই থাকোতে তেওঁৰ আঙুলিত লাগিছিলহি কেঁচা মাটিৰ এটা গোন্ধ তেতিয়া ফাগুনৰ ঘূৰ্ণি বতাহজাকত ধূলি আৰু আচিনাকী ফুলৰ সুবাস এদিন ককাদেউতাৰ হাড়ৰ টুকুৰা এটা...অধিক

533 0

শ্রদ্ধেয় অৰুণ শর্মাদেৱলৈ শ্রদ্ধাৰে... - (ৰশ্মিৰেখা বৰা)

  বৰ ভয়াতুৰ আপোনালোক ভালপোৱাৰ সামান্য চুমা এটাতে কঁপি উঠে আপোনালোকৰ ধৰ্ম মানুহৰ খোলা হাঁহিত মুক্ত সপোনত জিকাৰ খাই উঠে আপোনালোকৰ সংস্কাৰ কবৰতলিৰ শৰীৰেও আনকি...অধিক

303 0

এজন মাছমৰীয়াৰ মৃত্যুত‌ - (কুলেন দাস)

ৰাতিৰ আকাশত পোহৰ বিলোৱা তৰাবোৰ তেওঁ নিয়মমাফিক চুই চাইছিল‌ পপীয়া তৰাৰ লেজুকা প্রহৰত দুৱাৰৰ ডাং মাৰিবলৈ চকু মোহাৰি উঠা সেয়া তেওঁৰ সহধর্মিনী নাৰী মানুহটোৰ খোজৰ...অধিক

534 0

জোক - ( অচ্যুত মাধৱ দাস)

  বেৰৰ জলঙাৰে সৰকি অহা পোহৰত জিলিকিছিল মানুহটোৰ পেটত লিপিত খাই থকা এডাল জোক। ভদীয়া ভাগৰে হেঁচা মাৰি ধৰা টোপনিৰ জালতো সি ভোৰ্ভোৰায় – আৰু...অধিক

474 0

বালিচাঙত জন লেনন - (সাগৰ সৌৰভ)

  যি বাটেৰে সি গুচি গ'ল কোনেও ভু-টোকে নাপালে 'এছকেপিষ্ট' ধাৰণা এটাতে বাক-বিতৰ্কখন চলি থাকোতেই ৰাতিৰ ৰে’লত আমি বিশ্বনাথ পালোহি মাদলৰ মাতটোৰ মাজে মাজে দূৰৈৰ...অধিক

431 0