গল্প-কবিতা

গল্প-কবিতা

কাৰোৱেই মৃত্যু নহয় (মূল: আলফ্ৰেড লৰ্ড টেনিচন; ভাবানুবাদ: যশোৱন্ত নিপুণ)

(Alfred Lord Tennyson-ৰ Nothing Will Die-ৰ ভাবানুবাদ) কেতিয়া বাৰু জুৰিটি বৈ যাবলৈ ভাগৰি পৰিব মোৰ দুচকুত? কেতিয়া বাৰু বতাহজাক বলিবলৈ

Read More
গল্প-কবিতা

উভতি যাওঁ (মূল: দাউদ হাইদৰ; অসমীয়া ভাষান্তৰ: খগেশ সেন ডেকা)

মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল               সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত—

Read More
গল্প-কবিতা

অনবদ্য বৰুৱাৰ স্মাৰ্ট জীৱন (উপাসনা কৃষ্ণাত্ৰেয়)

অনবদ্য বৰুৱাৰ এটা স্মাৰ্ট ফোন আছে আৰু তাত জিঅ’ কোম্পানীৰ চিম এখন আছে৷ জিঅ’ কোম্পানীয়ে কম পইচাতে দেধাৰ ডাটা দিয়ে৷

Read More
গল্প-কবিতা

শীতৰ শৰ- (দীপু গগৈ)

শীতৰ শৰবোৰ হাড়লৈকে সোমায় কেঁথাবোৰ গধুৰউমহীন ৰাতিবোৰো গধুৰ বাঁহৰ মুঢ়াবোৰে শীত খেদিবলৈ যাওঁমুঢ়াবোৰো সেমেকাদকা পৰে চগা উৰেউমি উমি জ্বলে মুঢ়াবোৰউমি

Read More
গল্প-কবিতা

ডেউকাত পোহৰ (কৌশিক দাস)

পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ

Read More
গল্প-কবিতা

শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)

ধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও

Read More
গল্প-কবিতা

জংগম-(ড° বিদিশা মহন্ত)

চকী খন টানি বহি লৈয়ে বিশালে উত্তেজিত কণ্ঠেৰে ক’লে,: পাক্কা খবৰ আনিছো বিভান । শ্বাহীনবাগত গোলমাল হ’ব। তই এন্টিচিপেট কৰাতকৈও

Read More