গল্প-কবিতা

দুখ

ক্ষুধাৰ ৰাতিবোৰ মোৰ বাবে
তীব্র বেগেৰে খেদি অহা বন্দুকৰ গুলি

সিহঁতৰ আঘাতত মই
হৰিণা নহয় –
উভতি ধৰা এটা নাহৰফুটুকী !

 

কৌশিক দাস

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *