গল্প-কবিতা

এতিয়াও!

মাজ সাগৰত এতিয়াও টাইটানিক ডুবে
টুলুং ভুটুঙকৈ এতিয়াও আগ বা‌ঢ়ে
শিমলুৰ টুলুঙা নাও

গধূলি বেলিকা এতিয়াও আমি ডবা কোবাওঁ

ডবাৰ শব্দ তল পেলাই গমগমাই উঠে
যুঁজাৰু বিমানৰ ইঞ্জিনৰ গৰ্জন

তথাপিও এতিয়াও
লুকাই লুকাই কোনে পাঠ কৰে ডাকৰ বচন !

 

প্ৰীতি শইকীয়া

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *