muktosinta.org
সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন - মুক্ত চিন্তা
যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়।
‘মুক্ত চিন্তা’ৰ কৰ্মদল