গীত - মহান বিপ্লৱী ফিডেল কাষ্ট্ৰোৰ স্মৃতিত - (পৰমানন্দ মজুমদাৰ) গল্প-কবিতা 09/01/2017 ‘মুক্ত চিন্তা’ৰ কৰ্মদল ফিডেল কাষ্ট্ৰো, ফিডেল কাষ্ট্ৰো গঢ়িলা ক্ষুদ্ৰ কিউবা ৰাষ্ট্ৰ কঁপি উঠিল বিশাল যুক্তৰাষ্ট্ৰ ওফৰি পৰিল কুটিল ষড়যন্ত্ৰ। তুমি দিলা প্ৰেম আৰু মানৱতা তুমি সিঁচিলা যুক্তি আৰু সমতা তুমি নাশিলা গৰ্ব আৰু অহংকাৰ তুমি ল'লা প্ৰাপ্য আৰু অধিকাৰ। আকাশে বতাহে শুনো তোমাৰ গান পৃথিৱীয়ে আজি গায় তোমাৰ গান TwitterFacebookLinkedInTumblrPinterest
No Comments : "গীত - মহান বিপ্লৱী ফিডেল কাষ্ট্ৰোৰ স্মৃতিত - (পৰমানন্দ মজুমদাৰ)"