muktosinta.org
নাৰীবাদী দৃষ্টিৰে পৃথিবীখন - ( মূল : নিবেদিতা মেনন, অনুবাদ : ময়ূৰ চেতিয়া) - মুক্ত চিন্তা
(যোৱা সংখ্যাৰ পাছৰপৰা) (ৰাজহুৱা) নাগৰিকত্ব আৰু (ব্যক্তিগত) পৰিয়াল জেণ্ডাৰিঙৰ প্রক্রিয়াটোৱে নাগৰিকত্বৰ দৰে ৰাজহুৱা ধাৰণাবোৰকো প্রভাৱিত কৰে। কেনেদৰে প্রাইভেট অ-সমকামী পিতৃতান্ত্রিক
‘মুক্ত চিন্তা’ৰ কৰ্মদল