অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ সংখ্যা (প্ৰথম বছৰ)

নৱেম্বৰ, ২০১১

কোনে এতিয়া কান্দিছে
কোনে এতিয়া উচুপি উচুপি কান্দিছে
কাৰ বুকু এতিয়া মহাশূন্য
এটা জাতিয়ে এতিয়া কান্দিছে
এটা জাতিয়ে এতিয়া উচুপি উচুপি কান্দিছে
এটা জাতিৰ বুকু এতিয়া মহাশূন্য
ৰজাই কৈছে, তেওঁ যে শুই আছে জজ পথাৰত
প্রজাই কৈছে
তেওঁ সাৰে আছে তেওঁ সাৰে আছে জনতাৰ অন্তৰে অন্তৰে

প্ৰীতি শইকীয়া

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *