অতিথি সম্পাদকৰ চ'ৰাতৃতীয় সংখ্যা (দ্বিতীয় বছৰ)

পুৰণি অসমীয়া চলচ্চিত্ৰৰ পোষ্টাৰ (‘এনাজৰী ডট কম’-ৰ পৰা)

(জাতি এটাৰ ৰাজহাঁড়ডাল সুদৃঢ় কৰে ইয়াৰ ইতিহাসে। আৰু ইতিহাস সংৰক্ষণ নিৰ্ভৰ। ২০১০ চনতে অসমৰ সোণোৱালী সময় ডিজিটেলী সংৰক্ষণ কৰাৰ এক সময়োপযোগী দায়িত্ব নিজে কান্ধ পাতি লৈছিল হিমজ্যোতি তালুকদাৰৰ নেতৃত্বাধীন ‘এনাজৰী ডট কম’-এ [www.enajori.com]। এইমাহৰ অতিথি সম্পাদকৰ চ’ৰাৰ ‘অসমীয়া চলচ্চিত্ৰৰ একাশী বছৰীয়া যাত্রাৰ গতি প্রকৃতি’ ৰ লগত সঙ্গতি ৰাখি ‘এনাজৰী’ৰ আৰ্কাইভৰ পৰা কিছু পুৰণি অসমীয়া চলচ্চিত্ৰৰ পোষ্টাৰ ইয়াতে দিয়া হ’ল। লগতে দিয়া হ’ল অসমীয়া চলচ্চিত্ৰৰ বিশেষ ক্ষণ কেইটিমানৰ ছবি~ অতিথি সম্পাদক)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *