অন্ধবিশ্বাস

মুক্ত মনৰ খিৰিকি খুলি-(সীমা ভূঞা)

‘মুক্ত মন’ বা ‘মুক্ত চিন্তা’ক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল। সাধাৰণ দৃষ্টিৰে চালে, অন্য কোনো কাৰকৰদ্বাৰা প্ৰৰোচিত নহৈ সম্পূৰ্ণৰূপে নিজা যুক্তি আৰু বিচাৰ-বিবেচনাৰে প্ৰতিটো...অধিক

183 0

দেৱতা, বিশ্বাস আৰু আধুনিক মানুহ (অজিত শইকীয়া)

প্ৰাচীন কালত মানুহে ভাৱিছিল, দেৱতাসকল অপাৰ ক্ষমতাৰ অধিকাৰী। দেৱতাই এনে আচৰিত কাম কৰিব পাৰে যে, মানুহে সেইবোৰ কল্পনাও কৰিব নোৱাৰে। পিচে দেৱতাক মানুহে দেখা নাই।...অধিক

390 0

সম্পাদকৰ টোকা : অন্ধবিশ্বাস আৰু বিজ্ঞান :: বিজ্ঞানকৰ্মীৰ দায়িত্ব- (কৌশিক দাস)

 অন্ধবিশ্বাস আৰু শৱ-ব্যৱচ্ছেদ :: প্রাচীন গ্রীচৰপৰা ঊনবিংশ শতিকাৰ ভাৰতবৰ্ষলৈ বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সম্বন্ধটো সদায়েই বৈৰীমূলক; দুয়োটাৰে মাজত সেতুবন্ধন একেবাৰেই অসম্ভৱ। মানুহৰ মনৰ অতি গভীৰলৈ...অধিক

1084 2

বিজ্ঞান দিৱসৰ চিন্তা

১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰিত ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণে কে এছ কৃষ্ণণ নামৰ আন এজন বিজ্ঞানীৰ সৈতে লগ লাগি এক পৰিঘটনা আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল,...অধিক

1513 0

বিজ্ঞান, বৈজ্ঞানিক মানসিকতা আৰু আধুনিক সমাজ

মানুহ চেতনাশীল আৰু চিন্তাশীল প্ৰাণী। এই গুণৰ বলতেই মানুহে অতীতৰেপৰা প্ৰকৃতিক বিশ্লেষণ আৰু অনুধাৱন কৰি প্ৰাকৃতিক নিয়মসমূহ নিজৰ তথা সমাজৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা...অধিক

4636 0

সম্পাদকৰ টোকা : বিজ্ঞান-শিক্ষা আৰু অন্ধবিশ্বাস (কৌশিক দাস)

(১) তিনিগৰাকী কৃতী মানুহৰ কথাৰে আৰম্ভ কৰিছোঁ। প্ৰথম দুগৰাকী ইংলেণ্ডৰ, আনগৰাকী অসমৰ। ১. এটা সময়ত মহান বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ এখন চিঠি বৰ বিতৰ্কিত হৈ পৰিছিল।...অধিক

1414 0

সাপ সম্পৰ্কে প্ৰচলিত অন্ধবিশ্বাসবোৰ

জয়দীপ চক্ৰৱৰ্তী   তিনিটা, সাতটা মূৰৰ সাপ পৃথিৱীৰ ক’তোৱেই নাপায়, এইবোৰ দুষ্ট লোকে চলোৱা অপপ্ৰচাৰ মাথোঁ সাপ সম্পৰ্কে প্ৰাচীন কালৰপৰাই আমাৰ আমাৰ সমাজত কিছু ভুল...অধিক

1354 0