অসমীয়া কবিতা

গল্প-কবিতা

নৈখনৰ ফালে যেতিয়াই চাওঁ – (অচ্যুৎ মাধৱ দাস)

বাৰিষাৰ এই ফেনে-ফোটোকাৰে বাঢ়ি অহানৈখনৰ ফালে মই যেতিয়াই চাওঁউটি যোৱা মেটেকাবোৰে মোক হাত মেলি মেলি মাতেমই সিহঁতৰ চকুপানীবোৰ দেখিছোঁসিহঁতে এৰি

Read More
কেন্দ্ৰীয় নিবন্ধনিবন্ধ

নীলমণি ফুকনৰ কবিতা :  অন্তৰংগ অনুভৱ (ৰবীন্দ্ৰ সৰকাৰ)

[১৯৯০ চনৰ ১-১৫ ডিচেম্বৰ সংখ্যাৰ সূত্ৰধাৰত এই প্ৰবন্ধটো প্ৰকাশ পাইছিল। লেখকৰ সন্মতি লৈ মূল্যবান প্ৰবন্ধটি পুনৰ্প্ৰকাশ কৰা হ’ল ] (১)

Read More
অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা মোৰ আৱেগ

Read More
গল্প-কবিতা

বিচ্ছেদ- (ত্ৰিলোচন গগৈ)

জোনৰ সৈতে কথা পাতি আছিলোঁ।বেজী এটা খুজিছিলোঁ।মোনা এটা চিলাইছিলোঁ। তুমি কৈছিলা। আমি তাত ধন ভৰাম।চালত নতুন টিনপাত লগাম। উৰুখা চালৰ

Read More
গল্প-কবিতা

দুটি কবিতা (অজিত তালুকদাৰ)

দুৰ্গন্ধ     পুখুৰীৰ পানীত উৎকট দুৰ্গন্ধ মৰা মাছৰ দুৰ্গন্ধ বিয়পি পৰিছে প্ৰতিদিনে মৰা মাছ হৈ ওপঙি উঠিছে মানুহ পূণ্যভূমি দেশ

Read More
গল্প-কবিতা

ডেউকাত পোহৰ (কৌশিক দাস)

পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ

Read More