অসমীয়া চলচ্চিত্ৰ

'ভিলেজ ৰকষ্টাৰ্ছ' আৰু ইয়াৰ পাছত-(অজিত শইকীয়া)

'ভিলেজ ৰকষ্টাৰ্ছ' অসমৰ ৰাইজে একপ্ৰকাৰ উৎসাহেৰেই চালে। ইয়াৰ পাছত কিছু কথা মনলৈ আহিছে৷ অসমৰ গাঁৱৰ প্ৰতিকূল পৰিস্থিতিত বাস কৰা আৰু অলপো হাৰ নমনাকৈ সংগ্ৰাম কৰি...অধিক

137 0

কেমেৰাৰ আঁৰত অসমীয়া নাৰী-(মনজিতা শইকীয়া)

কৰ্মজীৱনত মানুহক এটা পৰিচয়ৰ প্ৰয়োজন হয়। আমি সকলোৱে কাম কৰো যদিও সেই আকাংক্ষিত পৰিচয় সকলোৰে প্ৰাপ্তি নহয়। অসমীয়া কথাছবি জগততো খুব কমসংখ্যক পৰিচালক অভিনেতা-অভিনেত্ৰীয়ে কালৰ...অধিক

178 0

প্ৰসঙ্গ : ভিলেজ ৰকষ্টাৰ্ছ-(ডালিম দাস)

ছবিখনৰ বহুতো মাত্ৰা আছে‌। তাৰে এটা হ'ল, ই যেনেকৈ এখন প্ৰাপ্তবয়স্ক দৰ্শকৰ চিনেমা, তেনেকৈ ই এখন মনোৰম শিশু চিনেমা (childrens' film)ও‌। Turtles can fly ইত্যাদি...অধিক

159 0

যুগদ্ৰষ্টা চলচ্চিত্ৰকাৰ পদুম বৰুৱা - (বিতোপন বৰবৰা)

এখন মাত্ৰ ছবি ‘গঙা চিলনীৰ পাখি’ৰেই যাউতীযুগীয়া খ্যাতি লভা প্ৰসিদ্ধ চলচ্চিত্ৰকাৰ পদুম বৰুৱাৰ মতে, চলচ্চিত্ৰৰ ভাষা এনে– য’ত দৃশ্যই কথা বেছি ক’ব– সংলাপ যৎকিঞ্চিৎ থাকিব...অধিক

917 0

বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা - (ননি)

  [আহে সভাসদ : দেখহ শুনহ 'বকুল' সংবাদ] কাৰোবাৰপৰা শুনিছিলোঁ, ভবেন্দ্ৰনাথ শইকীয়াদেৱে তেওঁ চলচ্চিত্ৰ এখন নিৰ্মাণ কৰাৰ পিছত, তেওঁৰ চলচ্চিত্ৰত যি যি লোকে বিত্তীয়ভাৱে সহায়-সহযোগ...অধিক

870 0

আকৌ এবাৰ ‘এন্দুৰ’ পঢ়ি, আকৌ এবাৰ ‘কোলাহল’ চাই - ( ডঃ ৰত্নোত্তমা দাস বিক্ৰম)

এক/ বকলা ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ ‘কোলাহল’ চোৱা দৰ্শকবৃন্দক দুটা ভাগত ভগাই পেলাব পৰা যায়। এভাগত সেইসকল, যিসকলে ভবেন্দ্ৰনাথ শইকীয়াৰ ‘এন্দুৰ’ গল্পটো পঢ়িছে আৰু তাৰ পাছত...অধিক

833 1

অতিথি চ’ৰাৰ সম্পাদকৰ সম্পাদকীয় - (সৃষ্টি শ্রেয়ম )

এক : একাশী সভ্য পৃথিৱীখনত চলচ্চিত্র বা চিনেমা হৈছে আচলতে এটা জাতিৰ ‘ষ্টেটাছ চিম্বল’। চিনেমাৰ শব্দ-চিত্র-সঙ্গীত-কেওবিধ কলাৰূপৰ স’তে টেকন’ল’জিৰ প্রায়োগিক মাপে নির্ণয় কৰে আমি পৃথিৱীখনৰ...অধিক

1237 0

চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - (উৎপল দত্ত)

. এক . ৰাতিপুৱাটোৱেই দিনটোৰ ইংগিত বহন কৰি আনে৷ অসমীয়া ছবিৰ প্ৰথমটো ৰাতিপুৱাও আছিল অতি উজ্জ্বল৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই...অধিক

1467 0