অসমীয়া জাতিসত্তা

বিহু হওক জাতি গঠনৰ মঞ্চ-(টুনুজ্যোতি গগৈ)

বৰ্তমান সুধীসমাজে ক’বলৈ ধৰিছে যে শেহতীয়াকৈ অসমত সবল ৰূপত আত্মপ্ৰকাশ কৰা হিন্দুত্ববাদ বা ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিবলৈ হ’লে শংকৰদেৱৰ জীৱনাদৰ্শক আদৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই। তেওঁলোকৰ...অধিক

296 0

ধোদৰ বাকৰিত বিহুঃ এক বক্ৰৰৈখিক গতিধাৰা-(ৰক্তিম শৰ্মা)

ধোদৰ বাকৰিত বিহু বুলি কোনোবাই যদি কয় আমি আৱেগিক অসমীয়াই কিজানি জকজকাই উঠিম। তাৰ অৰ্থ হ’ল অসমীয়াই নিজকে ধোদ বুলিব নোখোজে৷ আচলতে কোনো আত্মসন্মানবোধ থকা...অধিক

126 0

অসমীয়া জাতিসত্তা নিৰ্মাণত ভক্তিধৰ্মৰ ছাঁ

ড০ মিলন নেওগ অসমৰ সমাজজীৱনত বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱ কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়, বৰং ধৰ্মীয় সংস্কাৰৰ মাজেদি এই ভক্তিধৰ্মই অসমত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি...অধিক

1388 0