ইতিহাস

যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ (তৃতীয় অংশ) (পূৰৱী দেৱী)

ঊনৈশ শতিকাৰ মধ্যভাগৰ সকলোতকৈ গুৰুত্বপূর্ণ আৱিষ্কাৰ আছিল শক্তিৰ সংৰক্ষণৰ নীতি। বিদ্যুৎ আৰু তাপক বিভিন্ন প্ৰকাৰৰ শক্তি বুলি মানুহে তেতিয়াৰ পৰাই গণ্য কৰিবলৈ ধৰিলে। অৱশেষত বিজ্ঞানৰ...অধিক

267 0

বিহংগম দৃষ্টিৰে বিংশ শতিকা - মূল: এৰিক হবছবম, ভাবানুবাদ : ময়ূৰ চেতিয়া

(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছ : দা ছর্ট টুৱেন্টিয়েথ চেঞ্চুৰি : ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত...অধিক

607 0

স্বাধীনতা আন্দোলনত 'হিন্দুত্ববাদী'ৰ ভূমিকা (ডা: অজিত কুমাৰ পটঙ্গীয়া)  

কংগ্ৰেছ পৰিচালিত ইউ পি এ চৰকাৰৰ অপশাসন, সীমাহীন দুৰ্নীতি আৰু জনস্বাৰ্থবিৰোধী ভূমিকাৰ ফলত যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে দেশৰ বিভিন্ন ঠাইত জনতাৰ ক্ষোভ আন্না হাজাৰেৰ...অধিক

1859 0

ঐতিহাসিক ভুল : হিন্দুত্ববাদী আৰু সাম্যবাদীসকল (ময়ূৰ চেতিয়া)

১৯২০ৰ দশকৰ আশে-পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচন,...অধিক

1170 0

তুমি মেজিচিয়ান, তুমিয়েই সলনি কৰিবা সময়

কেলিফ’ৰ্নিয়াৰ ডিজনিলেণ্ডৰ নিয়ন লাইট সদায় ৰাতি নুমাই যায়। তোমাৰ ডিজনিলেণ্ডৰ লাইট কেতিয়াও নুনুমায়। অন্ততঃ নুনুমায় বুলি তোমাক প্ৰতিশ্ৰুতি দিয়া হয়। তুমি বাতৰিকাকতত ক্ৰছৱৰ্ড পাজলৰ বাদে...অধিক

1242 0