কবিতা

কৃষক (কাজী নীল)

  কবৰ খান্দি মই উলিয়াই আনো মোৰ পূৰ্ব জন্মৰ ফছিল চাওঁ দুশ বছৰীয়া দাসত্বত ভাঁজ হৈ গৈছে মোৰ মেৰুদণ্ড মোৰ বুকুৰ ভিতৰত মাটিৰ ভিজা গোন্ধ...অধিক

232 0

অজাতি সপোনৰ কথা (কল্যাণী বৰ্মন) 

সাৰে থকা ৰাতিবোৰ পুহি পুহি ফিচিকি উঠিছে পিতাইৰ ঘৰৰ শেতেলী চিন্তাবোৰ অহেতুক নাছিল হয়তো পিতাইৰ মাথোঁ যোৱাৰ আগতে সাৰি মছি থৈ যাব নোৱাৰিলে মজিয়াৰ ধূলি-বালি...অধিক

350 0

সহযোদ্ধা - (শুভ লক্ষ্মী)

কিমানবাৰ নিৰ্যাতন হ'লে তুমি বুজিবা যে তুমি এগৰাকী যোদ্ধা? কিমানখন হৃদয় লাগিব তোমাক সাহসী হ’বলৈ? কিমানখন কাণ লাগিব তোমাক তোমাৰেই আপোন কাৰোবাৰ আৰ্তনাদবোৰ শুনিবলৈ? কিমানহাল...অধিক

398 0

এজন মাছমৰীয়াৰ মৃত্যুত‌ - (কুলেন দাস)

ৰাতিৰ আকাশত পোহৰ বিলোৱা তৰাবোৰ তেওঁ নিয়মমাফিক চুই চাইছিল‌ পপীয়া তৰাৰ লেজুকা প্রহৰত দুৱাৰৰ ডাং মাৰিবলৈ চকু মোহাৰি উঠা সেয়া তেওঁৰ সহধর্মিনী নাৰী মানুহটোৰ খোজৰ...অধিক

524 0

জোক - ( অচ্যুত মাধৱ দাস)

  বেৰৰ জলঙাৰে সৰকি অহা পোহৰত জিলিকিছিল মানুহটোৰ পেটত লিপিত খাই থকা এডাল জোক। ভদীয়া ভাগৰে হেঁচা মাৰি ধৰা টোপনিৰ জালতো সি ভোৰ্ভোৰায় – আৰু...অধিক

458 0

বালিচাঙত জন লেনন - (সাগৰ সৌৰভ)

  যি বাটেৰে সি গুচি গ'ল কোনেও ভু-টোকে নাপালে 'এছকেপিষ্ট' ধাৰণা এটাতে বাক-বিতৰ্কখন চলি থাকোতেই ৰাতিৰ ৰে’লত আমি বিশ্বনাথ পালোহি মাদলৰ মাতটোৰ মাজে মাজে দূৰৈৰ...অধিক

418 0

সংলাপ (গৌৰীশংকৰ দাস)

এক প্ৰাচীন অভিনেতাৰ দৰে হৈ পৰিছোঁ প্ৰাচীন; বহু শতিকাৰ পুৰণি পাহৰণিৰ ধূলিত পোত যোৱা সময়ৰ ফছিল মুখত সানিছোঁ মিছা ৰং মাটিৰ ৰংগমঞ্চ, আখজা পোহৰ,সাঁচিপাতৰ সংলাপ...অধিক

565 0

ৰাভালৈ চিঠি - ( নিকু দুৱৰা, প্ৰযত্নে, কুলখুৰাৰ চোতাল)

যোৱানিশা এটা সমাজিকত দেখিলোঁ গাজী ৰাভাৰ জিভাখন হেনো পৰি আছিল মহাজনৰ বকৰাণিত। বকৰাণিৰ কাষতেই মহাজনৰ দালান দালানৰ ভিতৰত বিদেশী কুকুৰৰ কুঁ-কুঁৱনি, বাহিৰত গাজী ৰাভাৰ জিভাখন...অধিক

551 0