গল্প

নৰক (উপাসনা কৃষ্ণাত্রেয়)

মই জানোঁ যে মই এখন নৰকৰ পৰা আনখন নৰকলৈ গৈ আছোঁ৷ বহুতেই কয় পৃথিৱীখনো হেনো নৰক৷ কিন্তু মোৰ চৌপাশখন যাক মই এতিয়া নৰক বুলি ভাবিবলৈ...অধিক

698 0

উষা লজ- (সাগৰ সৌৰভ)

         প্ৰাৰ্থনাঘৰত সোমাই প্ৰাৰ্থনাই প্ৰাৰ্থনাটোৰ শেষৰফাকি দোহাৰোতেই খগেন মাষ্টৰে অত সময়ে আলফুলে সাবটি ধৰি থকা চিলমিলীয়া টোপনিটোৱে হঠাতে চক খাই উঠি ক’ৰবালৈ ঢাপলি মেলিছে...অধিক

273 0

মানুহৰ বাবে এটা গদ্য - (নিকু দুৱৰা)

  (১) ল’ৰাবোৰ ক’লৈ গ’ল? ভিতৰপকীয়া নাওবৈচা গাঁও। তিনি বজাতে মানুহবোৰে দুৱাৰ-ঘৰ মাৰি ভাত খাইছে। দুই-এক খুব সাহসী আদহীয়াই গৰু বিচাৰি এতিয়াও পথাৰতে আছে। পঢ়া-শুনা...অধিক

445 0

ধেৎ কেনাই! - (শান্তনু ৰৌমূৰীয়া)

সমীৰ : আকাশ, আৰু কিমান দেৰি ৰ’ব লাগিব অ’? আকাশ : আহি আছো বুলিছে! বাৰে বাৰে সুধি থাকিলে ভাল নালাগে অ’ । উদ্দীপ্ত : ধৈর্য...অধিক

882 0

দলং- (পংকজ ঠাকুৰীয়া)

দুহতীয়া ৰঙা-নীলা পাৰিৰ গামোচা কঁকালত মেৰিয়াই পেন্দুকণাকেইটা নৈৰ পানীৰপৰা উঠি আহি হাত জোকাৰি সৈনিকসকলক টাটা-বাই বাই কৰিব ধৰিলে, ৰ'দত কজলা পৰা ছালৰ বৰণত বগা দাঁতকেইটা...অধিক

814 0

পৰিৱৰ্তন- (প্লাৱন চেতিয়া)

খবৰটো আশা কৰি আছিলো গোটেইকেইটাই। খবৰটো মানে ভাইটি দাইৰ বিয়া। গোটেইকেইটা মানে আমি ... মই, বুবু, মাইনা, জুকু, পম্পী বা, ধুনু, পিলু, বাবা আৰু ভাইকণ...অধিক

699 0

হেপ্পি টিচাৰ্ছ ডে', ছাৰ . . .-(নীলোৎপল শৰ্মা)

"আমব্ৰেলাৰ আগত 'এ' বহে নে 'এন্' বহে নাজান....ক্লাছ নাইন পালিহি,এতিয়া আকৌ আৰ্টিক'ল শিকাব লাগিব তহঁতক ... এয়াই পঢ়িছ। কাম নাই...কোনো কাম নাই তহঁতৰ... গাত ঊনপঞ্চাছৰ...অধিক

669 0

ঘৰ- (হেমন্ত বৰ্মন)

হুমুনিয়াহ এটাৰে তেওঁ দিনটোৰ ভাগৰ সামৰিলে৷ আন্ধাৰ হৈ আহিছে৷ হাবিতলীয়া এই ঠাইখনত লাইটৰ পোহৰ থকাৰ ঠিকনা নাই৷ আন্ধাৰে-মুন্ধাৰে লগৰজন আৰু তেওঁ গাড়ীত উঠিল৷ ড্রাইভাৰ এতিয়াও...অধিক

677 0