চলচ্চিত্ৰ

জুলিয়েটা : নাৰী চৰিত্ৰৰ সফল প্ৰতিফলন আৰু আন্তৰিক সম্পৰ্কৰ আন্তঃগাঁথনি - (সাগৰ সৌৰভ)

  ফ্ৰেইমত ৰঙা ভেলভেট । কেমেৰা প্ৰথমে স্থিৰ হৈ ক্ৰমে পেন হ'বলৈ ধৰিছে । ৰঙা ভেলভেটৰপৰা লাহে লাহে জুম আউট হৈ পোহৰে ধৰা দিব খুজিছে...অধিক

174 0

পুৰণি অসমীয়া চলচ্চিত্ৰৰ পোষ্টাৰ (‘এনাজৰী ডট কম’-ৰ পৰা)

(জাতি এটাৰ ৰাজহাঁড়ডাল সুদৃঢ় কৰে ইয়াৰ ইতিহাসে। আৰু ইতিহাস সংৰক্ষণ নিৰ্ভৰ। ২০১০ চনতে অসমৰ সোণোৱালী সময় ডিজিটেলী সংৰক্ষণ কৰাৰ এক সময়োপযোগী দায়িত্ব নিজে কান্ধ পাতি...অধিক

891 0

হানিকাৰক বাপু - (নিখিলেশ্বৰ বৰুৱা)

‘দংগল’ চালো। প্ৰথম কথা - বাধ্যতামূলক দেশপ্ৰেমৰ প্ৰথম সোৱাদ পালো, দেশপ্ৰেমৰ ভয়ত ইমান দিনে চিনেমাই চোৱা নাছিলো। ‘দংগল’ বলিউডৰ পৰিসৰেৰে চালে এখন প্ৰায় নিখুঁত চিনেমা...অধিক

682 0

চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয় (কাণখোৱাৰ চুপতি) (সমুদ্র কাজল শইকীয়া)

চিনেমা সম্পৰ্কীয় কথা-বতৰাৰ আড্ডাত, বিশেষকৈ অসমীয়া চিনেমা সম্পৰ্কে কথা উঠিলেই আমি প্ৰায়ে এইষাৰ কথা কওঁ - চিনেমা বোলা বস্তুটো অসমীয়া মানুহৰ কাৰণে নহয়। আৰু কথাষাৰ...অধিক

706 0

‘চৈৰাট’ - চলচ্চিত্ৰৰ জৈৱিকতা আৰু সামাজিক বাস্তৱতা- (ননি টেৰণ)

চিনেমা এখন যেতিয়া সফল হয় বা প্ৰশংসিত হয় ,বক্স অফিচত ই যি জোৱাৰ আনে তাৰ সৈতে চিনেমা এখনৰ জৈৱিকতা বা চিনেমা এখন জৈৱিকভাৱে দৰ্শকৰ মাজত...অধিক

1391 0

এক ডজন প্ৰিয় চিনেমা : বিষয় প্ৰেম (আশ্বিক-উজ-জামান)

প্ৰেম এক বিশ্বজনীন বিষয়বস্তু। মানৱ জাতিৰ ইতিহাসৰ আৰম্ভণিৰেপৰা মানুহে প্ৰেমৰ অৰ্থৰ সন্ধান কৰিছে। গ্ৰীক কিংবদন্তিৰ ওৰেফেয়াছ আৰু ইউৰেডিছিৰ প্ৰেম হওক বা ভাৰতীয় মহাকাব্যৰ শ্ৰীকৃষ্ণ আৰু...অধিক

1128 0

‘বকুল’ : হেৰোৱা সুবাস বিচাৰি (বৰ্ণালী বৰুৱা দাস)

ৰীমা বৰাৰ সুন্দৰ সুৰুচিপূৰ্ণ ছবি ‘বকুল’ চালো‌। এনেকুৱা এখন ছবি মাত্ৰ এবাৰ চাই, তাকো যথেষ্ট দিন আগতেই চাই কিবা এটা লিখিবলৈ প্ৰয়াস কৰাটো আচলতে এটা...অধিক

1334 0

মছান চোৱাৰ পাছত

ক'ত জানো পাইছিলো, কিবা এটা প্ৰকাশ কৰিবলৈ যদি ভাষাৰ অভাৱ বুলি কোৱা হয়, সেয়া সঁচা নহয়। বৰং সেয়া হৈছে কওঁতাৰ অক্ষমতা অথবা অজুহাত। নিজৰ অক্ষমতাক...অধিক

805 0