জাতীয়তাবাদ

সম্পাদকৰ টোকা :: সাম্প্রতিক অসমৰ ভূত আৰু দানহ ‍(কৌশিক দাস)

ভূতৰ ওপৰত দানহ বুলি অসমীয়াত এষাৰ কথা আছে। বিগত কেইটিমান দশকত সমগ্র ভাৰতবৰ্ষত ভূতৰূপী ধৰ্মীয় সাম্প্রদায়িকতাৰ ক্রমাগত উত্থান এটা অতিশয় শক্তিশালী নেতিবাচক সামাজিক পৰিঘটনা বুলি...অধিক

241 0

সম্পাদকৰ টোকা : সোপাধৰা আৰু গণ-উন্মাদনা (‍কৌশিক দাস)

কাৰ্বি আংলঙৰ ডেনগাঁওৰ পাণজুৰিত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা। দুগৰাকী তজ্‌বজীয়া ডেকা নিলোৎপল দাস আৰু অভিজিত নাথ গৈছিল কাংথিলাংছ' জলপ্রপাতটি চাবলৈ। তাতেই “সোপাধৰা” বুলি এচাম...অধিক

915 2

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা - (জিতেন বেজবৰুৱা)

  জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া...অধিক

459 0

জাতীয়তাবাদ (৩য় তথা অন্তিম খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)

(যোৱা সংখ্যাৰ পিছৰপৰা)  অসমৰ জাতীয়তাবাদী আন্দোলন আধুনিক যুগত অসমীয়া জাতীয়তাবাদৰ উন্মেষ কেতিয়া ঘটিছে বুলি প্ৰশ্ন কৰিলে আমি হয়তো উত্তৰ দিব লাগিব যে ব্ৰিটিছ শাসনকালত অসমীয়া...অধিক

821 0

জাতীয়তাবাদ (২য় খণ্ড) - (ডা. ধ্ৰুৱজ্যোতি বৰা)

জাতীয়তাবাদী মতাদৰ্শৰ চৰিত্ৰ আৰু দুটা প্ৰধান ভাগ। আধুনিক সমাজবিজ্ঞানে জাতীয়তাবাদ মূলতে দুই ধৰণৰ বুলি কয় – (১) নাগৰিক বা চিভিক জাতীয়তাবাদ, (২) এথনিক বা নৃগোষ্ঠীগত...অধিক

936 1

অসমীয়া জাতি আৰু জাতীয়তাবাদ : উদ্ভৱ আৰু বিকাশ- (টুনুজ্যোতি গগৈ)

‘অসমীয়া' কোন? বা, ‘অসমীয়া জাতি' বুলিলে কাক বুজায়? আজিৰ তাৰিখত এনেধৰণৰ প্ৰশ্নৰ উত্তৰ সহজে দিয়াটো বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কাৰণত অসম্ভৱেই হৈ পৰিছে৷ তথাপি, এই...অধিক

2188 0

জাতীয়তাবাদ- (ডা. ধ্ৰুৱজ্যোতি বৰা)

জাতীয়তাবাদ – আলোচনাৰ আৰম্ভণি আৰু আলোচনাৰ প্ৰাসংগিকতা জাতীয়তাবাদ হয়তো আমাৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামাজিক আৰু ৰাজনৈতিক বিষয় যি প্ৰতিদিনেই বিভিন্ন প্ৰকাৰে আমাৰ জীৱনক স্পৰ্শ কৰিছে।...অধিক

999 0

দেশপ্ৰেমৰ কাৰখানা আৰু বনুৱাৰ জীৱন (গৌৰীশংকৰ ভূঞা)

নিজৰ দেশৰ প্ৰতি থকা আবেগিক সম্পৰ্কৰ এটা সৰু চিনাকী উদাহৰণেৰে আলোচনাৰ পাতনি মেলা হওক৷ ভাৰতীয় ক্ৰিকেট দলটোৰ লগত ওতপ্ৰোতভাৱে আমাৰ আবেগ জড়িত হৈ আছে৷ ইয়াত...অধিক

1092 0