প্ৰান্তীয় কন্ঠ

অতিথি সম্পাদকৰ কলম (বিষয়-প্ৰান্তীয় কন্ঠ) - গীতালী বৰপাত্ৰগোহাঁই

‘মূলসুঁতীয়’ আৰু ‘প্ৰান্তীয়’ - এই বায়’নেৰি অপ’জিছনৰ প্ৰসংগ সমাজ এখনত উত্থাপন হোৱা মাত্ৰেই অৱধাৰিতভাৱে আহি পৰে ‘ক্ষমতা’ৰ অৱস্থিতিৰ প্ৰশ্ন। অধিক শুদ্ধকৈ ক'বলৈ হ’লে ‘ক্ষমতাৰ অপ-ব্যৱহাৰ’;...অধিক

189 0

অসমৰ প্ৰান্তীয় এলেকা চৰ আৰু ঝাই ফাউণ্ডেচন-(আশ্ৰাফুল হুছেইন)

অসম ৰাজ্যখন জনগাথঁনিৰ দিশত থকা বৈচিত্ৰ্যৰ দৰেই ভৌগোলিকভাৱেও খুবেই বৈচিত্ৰ্যপূৰ্ণ। পাহাৰ-ভৈয়ামৰ উপৰিও অসমত আছে বিস্তৃৰ্ণ চৰ এলেকা। চৰ বুলিলে চাৰিওফালে পানীৰে আগুৰা নৈৰ মাজৰ বা...অধিক

185 0

মূলসুঁতীয়, প্ৰান্তীয়, বাদুংদুপ্পা ইত্যাদি - (নীলোৎপল বৰুৱা)

আমি হ’লো জনসংঘীয় প্ৰাণী। আমাক শাসন কৰাৰ অধিকাৰ কেবাখলপীয়া কৰি পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা আছে। ক্ষমতা বিভাজনৰ “বাকচৰ ভিতৰৰ বাকচ’ আৰ্হিটোৰ মাজতে আমাৰ সাংস্কৃতিক কুচ-কাৱাজ...অধিক

93 0

ঘেণ্টা ছেকুলাৰিজম-(জিতেন বেজবৰুৱা)

ভাৰতীয় মূলসুঁতিৰ হে মহান লিবাৰেলসকল, এটা ঐতিহাসিক মুহূৰ্তত থিয় হৈ এয়া আমি তোমালোকলৈ লিখিছো। লোকসভাত গৃহীত হৈ অহাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে ৰাজ্যসভাত গৃহীত...অধিক

34 0

নতুনত্বৰ সন্ধানত সফলতাৰ বাটত "তেজপুৰীয়া থেছপিয়ান"-(ৰঞ্জিত ভূঞা)

তেজপুৰীয়া থেছপিয়ান (Tezpuria Thespian) নামৰ সাংস্কৃতিক দলটোৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে চোৱাৰ সুযোগ পাইছিলো তেজপুৰৰ ঊষা নগৰৰ ৰাঙলী পথাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত। যিমান দূৰ মনত...অধিক

98 0

ৰঙাজানৰ নাট্যকর্মী প্রদীপ গগৈৰ সৈতে এটি সাক্ষাৎকাৰ-(ত্ৰিলোচন গগৈ)

? আপুনি সৰুৰে পৰাই লিখা-মেলা কৰিছে। প্ৰবন্ধ, গল্প, কবিতা, উপন্যাস, নাটক আৰু ব্যংগ ৰচনা—এই সকলাতে আপোনাৰ দখল।  মই জানিব খুজিছোঁ, কোনখন ক্ষেত্ৰত আপুনি বেছি একাত্মবোধ...অধিক

66 0

সাঁদৰি ভাষা-(ডo কমল কুমাৰ তাঁতী)

ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শাসন-আগ্ৰাসনৰ সময়ৰেপৰা আৰ্থ-সামাজিক-ৰাজনৈতিক দিশৰপৰা ভাৰতবৰ্ষৰ সকলোতকৈ আৰু সৰ্বতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত জনসমষ্টিটো হৈছে আদিবাসীসকল আৰু পৰৱৰ্তী সময়ত অসমলৈ প্ৰব্ৰজন কৰা আদিবাসীমূলীয় চাহ-জনগোষ্ঠীৰ লোকসকল৷ সাম্প্ৰতিক কালৰ...অধিক

116 0