ভূপেন হাজৰিকা

ভূপেন প্ৰসংগ: উপন্যাসৰ কল্পনাৰ পৰা বাস্তৱৰ ৰুক্ষতালৈ-( বৰ্ণালী বৰুৱা দাস)

ভাতৰ পাতত ভূপেন-কথা যোৰহাট চহৰৰ মাজমজিয়াত অসমীয়া ভাতৰ কাঁহীৰ বাবে বিখ্যাত হোটেল এখন আছে‌‌। চাফ-চিকুণ, ভকতীয়া পৰিবেশ‌। অলপতে সম্পৰ্কীয় বয়োজ্যেষ্ঠ মহিলা এগৰাকীৰ লগত তাত দুপৰীয়াৰ...অধিক

195 1

অস্ত আকাশৰে সপোন ৰহণ সানি : এটি গীতৰ ভ্ৰান্তি আৰু বাস্তৱ - (বৰ্ণালী বৰুৱা দাস)

পাতনি ভূপেন হাজৰিকাৰ একো একোটা গানৰ সৃষ্টি আৰু নিৰ্মাণত লুকাই থকা কি সেই যাদুকৰী কৌশল, যি প্ৰজন্মৰ ব্যৱধানকো ওফৰাই চিৰ নতুন হৈ থাকিব পাৰে সংবেদনশীল...অধিক

1095 1

মুক্ত চিন্তাৰ দ্বাৰা আয়োজিত ভূপেন হাজৰিকাৰ জন্মদিন উদযাপন অনুষ্ঠানৰ প্ৰতিবেদন - (সুজাতা হাতীবৰুৱা)

আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ যোৱা আঠ ছেপ্টেম্বৰৰ দিনটো ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে ‘মুক্ত চিন্তা’ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রীৰ এটা গোট ‘কৃষ্ণচূড়া’ৰ যুটীয়া...অধিক

719 1

নীল নদীৰ পাৰত ফাল্লাহীন, জন আৰু ৰংমনৰ বিননি

এটুকুৰা ভূমিকা: ১৯৩৯ চনত ‘অগ্নিযুগৰ ফিৰিঙতি’ৰপৰা আশী-পঁচাশী চনমানলৈকে ভূপেন হাজৰিকাৰ গীতৰ এক সোণালী সময় বুলিব পাৰি‌। এই কালছোৱাত ৰচিত একো একোটা গানক লৈয়েই আচলতে গবেষণা...অধিক

1134 0

জাতি, মাটি আৰু মুক্তিচেতনা : জাতীয় সংগ্ৰাম আৰু শ্ৰেণী সংগ্ৰাম

মই জাতীয়তাবাদী । অসমক ভাল পাওঁ যেনেকৈ মোৰ আইক মই ভাল পাওঁ । মোৰ জাতীয়তাবাদ হ’ল ঔপনিবেশিক শক্তিৰ হাতত নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ ৷ বিশ্বৰ সকলো...অধিক

1729 0

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিন্দুত সিন্ধু বিচাৰি : এক চমু আলোকপাত

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে কিবা এষাৰ লিখিবলৈ লওঁতেই এটা পুৰণি ক্ষোভ পুনৰ উজাই আহিছে। এই ক্ষোভটো হ’ল - অসমত আধুনিক অসমীয়া গীতি-সাহিত্যৰ যি বিস্তৃত...অধিক

1628 0

‘গালিবৰ শ্বেৰ’ আৰু ‘দুশ্বম্বেৰ মিনাৰ’ৰ সন্ধানত

মই লুইতৰপৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ,  অটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ল'লোঁ;  মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগ'লে কঢ়িয়ালোঁ,  গালিবৰ শ্বেৰ দুশ্বম্বেৰ মিনাৰত শুনা পালোঁ৷ তাজিকিস্তানৰ দুশ্বম্বে চহৰত গালিবৰ...অধিক

941 0

জন-দৰদী শিল্পী ভূপেন হাজৰিকা

(১) প্রিয়জনৰ মৃত্যুৱে মানুহক আৱেগিক কৰি তোলে, ইয়েই স্বাভাৱিক। এই অকৃত্রিম আৱেগে কোনো বাধা নামানে। জন-দৰদী শিল্পী ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত আমি আৱেগৰ এই অপ্রতিৰোধী...অধিক

930 0