লিমাৰিক

লিমাৰিক-(ড০ বসন্ত কুমাৰ বৰা)

১ বয়স পৰিল, নুবুজোঁ নতুন যুগৰ নতুন ঢং, আশীবছৰীয়া আইতাও ওলায় সানিহে মুখত ৰং, দামী ফ’ন হাতে হাতে টিপি ফুৰে পথে বাটে ফটা পেণ্ট পিন্ধি...অধিক

42 0

লিমাৰিক - (বসন্ত কুমাৰ বৰা)

(১) লিমাৰিক লিখে তেওঁ, নিৰ্মালী চুতীয়া, ডাকঘৰ ধলপুৰ, গাঁও যোৰহটীয়া, পঠিয়ালে কাকতত ছপা হ’ল ফটাফট সুধি ফুৰে, একাডেমি বঁটা পাব কেতিয়া । (২) তীৰ্থলে’ গ’ল...অধিক

577 0

লিমাৰিক - (ড° বসন্ত কুমাৰ বৰা)

(১) নিচা তেওঁৰ ৰাজনীতি, পেছা অধ্যাপনা, পাৰিলে এম এল এ - মন্ত্ৰী হোৱাৰো বাসনা, দলীয় মিটিং গায় ক্লাছৰ সময় নাই এটেণ্ডেন্স মেনেজ কৰে, আছে চিনা-জনা...অধিক

652 0