সমাজবাদ

সমাজবাদৰ সপোন আৰু গণতন্ত্র- (ধ্রুৱজ্যোতি বৰা)

(এক) আজিকালি সমাজবাদৰ সপোন দেখা লোকৰ সাক্ষাৎ মিলা টান। দুর্ভাগ্যৰ কথা, বিকল্প কোনো প্রগতিশীল ভাবাদৰ্শৰ দ্বাৰা যে মানুহৰ চিন্তা-চেতনাৰ উদ্দীপন ঘটিছে, তেনে কথাও ক'ব নোৱাৰি।...অধিক

210 1

সমাজতন্ত্ৰৰ শেহতীয়া ৰূপ আৰু পথ (টুনুজ্যোতি গগৈ)

ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত পুঁজিবাদী প্ৰবক্তাসকলে উৎসাহেৰে প্ৰচাৰ চলাইছিল যে আজিৰ তাৰিখত সমাজতন্ত্ৰৰ কোনো ব্যৱহাৰিক প্ৰাসংগিকতা নাই৷ তেওঁলোকৰ মতে, সমাজতন্ত্ৰ কেতিয়াও পূৰণ কৰিব নোৱৰা এক...অধিক

419 0

পুঁজিবাদৰ স্বতঃস্ফূর্ততা-(মূল:প্রভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ তৃতীয়টো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব” তথা “লেনিনীয় সন্ধিক্ষণ” শীর্ষক প্রথম দুটা ভাষণৰ অনুবাদ...অধিক

367 0

বুর্জোৱা ৰাষ্ট্র, সংসদীয় গণতন্ত্র আৰু সংগ্রামী ৰণনীতি (ময়ূৰ চেতিয়া)

আমাৰ মুলুকৰ প্রগতিশীল সংগ্রামী দলবোৰৰ মাজত প্রায়েই পুঁজিবাদ-বিৰোধিতাৰ সলনি চৰকাৰ-বিৰোধিতাহে অধিক দেখিবলৈ পোৱা যায়। উপস্থিত বুর্জোৱা চৰকাৰ একোখনৰ বিৰুদ্ধে জনগণক সংগঠিত কৰাটো তুলনামূলকভাৱে সহজ :...অধিক

924 0

ঐতিহাসিক ভুল : হিন্দুত্ববাদী আৰু সাম্যবাদীসকল (ময়ূৰ চেতিয়া)

১৯২০ৰ দশকৰ আশে-পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচন,...অধিক

1236 0

খাটিখোৱা জনতাৰ ৰাজনৈতিক চেতনা

সৌ সিদিনালৈকে ফেইচবুকৰ প্ৰায়ভাগ বন্ধুৰ প্ৰফাইলত ৰাজনৈতিক দৰ্শনৰ বিপৰীতে ‘আই হেট পলিটিক্স', ‘নট ইণ্টাৰেষ্টেড' জাতীয় বাক্যাংশ লিখা প্ৰত্যক্ষ কৰিছিলো৷ কিন্তু, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰপৰা...অধিক

228 0

ইউটোপীয় সমাজবাদ সম্পৰ্কে কিছু কথা (দ্বিতীয় ভাগ)

ছাঁ-ছিমোঁ ক্লড আঁৰি ছাঁ-ছিমোঁ (১৭৬০–১৮২৫) আছিল চার্লেমেনৰ বংশধৰ। কিন্তু ১৯ শতিকাৰ প্রথমভাগত তেওঁ আছিল এজন সাধাৰণ কেৰাণী — বন্ধকী কাৰবাৰৰ দোকান এখনৰ এক দুখীয়া কৰ্মচাৰী।...অধিক

849 0