হিন্দুত্ববাদ

সম্পাদকৰ টোকা :: সাম্প্রতিক অসমৰ ভূত আৰু দানহ ‍(কৌশিক দাস)

ভূতৰ ওপৰত দানহ বুলি অসমীয়াত এষাৰ কথা আছে। বিগত কেইটিমান দশকত সমগ্র ভাৰতবৰ্ষত ভূতৰূপী ধৰ্মীয় সাম্প্রদায়িকতাৰ ক্রমাগত উত্থান এটা অতিশয় শক্তিশালী নেতিবাচক সামাজিক পৰিঘটনা বুলি...অধিক

457 0

সম্পাদকৰ টোকা : ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ (কৌশিক দাস)

ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ আধুনিক যুগত ধৰ্মৰ ভিত্তিত এখন কল্যাণকামী, মংগলময় আৰু প্রগতিশীল ৰাষ্ট্র নিৰ্মাণ কৰাটো সম্ভৱ নহয়। তাৰ এটা চমৎকাৰ উদাহৰণ হৈছে পাকিস্তান।...অধিক

1007 1

হিন্দুত্ববাদৰ পৃষ্ঠপোষকতাত নাৰী সবলীকৰণৰ দুঃস্বপ্ন-(সুজাতা হাতীবৰুৱা)

দুদিনমানৰ আগতে অসমৰ স্থানীয় টিভি চেনেলসমূহত দেখা পোৱা গ'ল, হোজাইত বিশ্ব হিন্দু পৰিষদৰ নাৰী গোট 'দুৰ্গা বাহিনী'ৰ সদস্যাভুক্তা হৈ অসমৰ একাংশ হিন্দু যুৱতীয়ে আত্মৰক্ষাৰ নামত...অধিক

727 0

পৰিবৰ্তনৰ আলিদোমোজাত - (জিতেন বেজবৰুৱা)

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে...অধিক

1033 0

অসমত হিন্দুত্বৰ প্রবেশ আৰু বিকাশৰ ধাৰা - (মূল: মালিনী ভট্টাচার্য, সংক্ষিপ্ত ভাবানুবাদ: কনচেং)

বিগত বছৰৰ আগষ্ট মাহত দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্রীয় স্বয়ংসেৱক সমিতি – চমুকৈ আৰ এছ এছে বেছ ধুমধামেৰে শংকৰদেৱ সম্পর্কে এটি অনুষ্ঠান আয়োজন কৰিছিল। অনুষ্ঠানটিত কোনো...অধিক

1217 0

স্বাধীনতা আন্দোলনত 'হিন্দুত্ববাদী'ৰ ভূমিকা (ডা: অজিত কুমাৰ পটঙ্গীয়া)  

কংগ্ৰেছ পৰিচালিত ইউ পি এ চৰকাৰৰ অপশাসন, সীমাহীন দুৰ্নীতি আৰু জনস্বাৰ্থবিৰোধী ভূমিকাৰ ফলত যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে দেশৰ বিভিন্ন ঠাইত জনতাৰ ক্ষোভ আন্না হাজাৰেৰ...অধিক

2003 0

বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা (জিতেন বেজবৰুৱা)

কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী...অধিক

929 0

ঐতিহাসিক ভুল : হিন্দুত্ববাদী আৰু সাম্যবাদীসকল (ময়ূৰ চেতিয়া)

১৯২০ৰ দশকৰ আশে-পাশে হিন্দুত্ববাদী আৰু সাম্যবাদী – এই দুয়োটা মতাদর্শই ভাৰতত সাংগঠনিক ৰূপ ল’বলৈ আৰম্ভ কৰিছিল। এফালে নির্মিত হৈছিল কমিউনিষ্ট পার্টি, হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচন,...অধিক

1289 0