চাহ গছৰ চকুলো—(মণিকংকণা বৰবৰা)
ধূলিময় চোতালখনতে ঢাচ্ কৈ পৰি গ’ল হীৰামতী। লৰা-ঢপৰাকৈ কোনোবাই চোতালৰ এচুকত থকা পানী বাল্টিটোৰ পৰা পানী অলপ আনি তাইৰ মূৰত
Read Moreধূলিময় চোতালখনতে ঢাচ্ কৈ পৰি গ’ল হীৰামতী। লৰা-ঢপৰাকৈ কোনোবাই চোতালৰ এচুকত থকা পানী বাল্টিটোৰ পৰা পানী অলপ আনি তাইৰ মূৰত
Read Moreকাতিৰ সেমেকা ৰাতি। তাতে ঘনঘোৰ এন্ধাৰ। জাংফাইৰ দুগালত চকুপানীৰ বৰফ। বহুপৰ হ’ল। ফটা চাদৰেৰে মেৰিয়াই লোৱা তাইৰ বাচাটোৰ সাৰ-সুৰ নাই।
Read More(১) পুৰাতন সাধুকথাবোৰৰ মৰণ নহয়। সাধুকথাৰ চৰিত্ৰবোৰৰ মৰণ নহয়। ন ন প্ৰতিবিম্বৰে পুনৰ জী উঠে। ইতিহাসে চৰোৱা প্ৰস্তৰ শিলাবোৰে চৰিত্ৰবোৰৰ
Read Moreঅন্ধকাৰ গলিটোত মাজৰাতি কেইটামান কুকুৰে বৰকৈ ভুকি আছে। ইমনাই টৰ্ছটো হাতত লৈ দুৱাৰখন লাহেকৈ জপাই বাৰীৰ পিছপিনেৰে বসন্তহঁতৰ ঘৰলৈ গ’ল।
Read Moreশোৱনি কোঠাত কাপোৰ জাপি থকা জীয়েক ৰ’দালিক আলেঙে আলেঙে লক্ষ্য কৰিলে চন্দ্ৰালীয়ে৷ কেতিয়াবা আচৰিত হয় তাই৷ কি দৰে সম্ভৱ এয়া?
Read Moreটেবুলখনৰ ওপৰত অশৃংখলাবদ্ধকৈ থকা কিতাপবোৰৰ জাপটোৰ মাজৰ পৰা আধাখনীয়াকৈ এখন কাগজ ওলাই আছে। কাষত ফুলৰ ডিজাইন অংকিত মেট পেপাৰেৰে নিৰ্মিত
Read Moreমানুহজনীক চুলিত ধৰি মানুহটোৱে চোঁচৰাই আনিছে ঢেঁকীশাললৈ। তাইৰ হাত আৰু ভৰি দুখনত আঘাতৰ চিন সুস্পষ্ট। তাই কাবৌ কৰিছে মানুহটোক তাইক
Read More১) এটা জোনৰ আধাফাল সাধু মাজতে কি হ’ল, মোৰ বুঢ়া আঙুলিটোৰ মনত উদ্ধত চখ এটাই বাহ ল’লে। জোন পুহিব। অ’,
Read More