প্ৰসেনজিৎ চৌধুৰী

গ্রন্থ পৰিচয়

প্ৰসেনজিৎ চৌধুৰীৰ ‘ধৰ্ম আৰু বিজ্ঞান’ – (ড০ হীৰেন গোহাঁই)

এইখন সাম্প্ৰতিক কালৰ এখন উল্লেখযোগ্য অসমীয়া গ্ৰন্থ‌। ইয়াৰ পাতে পাতে পৈণত পাণ্ডিত্য, পৰিচ্ছন্ন যুক্তি আৰু পৰিপক্ব বিবেচনাৰ পৰিচয় পোৱা যায়‌।

Read More