সূচী

সূচীপত্ৰ (২য় বছৰ ষষ্ঠ সংখ্যা)

সম্পাদকীয়:

অন্ধবিশ্বাস আৰু বিজ্ঞান : বিজ্ঞানকৰ্মীৰ দায়িত্ব- কৌশিক দাস

 

কেন্দ্রীয় নিবন্ধ :

১. চেতনা-দ্য হাৰ্ড মেটাৰ – অঞ্জন শইকীয়া

২. ভাৰতীয় ৰেনেচাঁৰ অন্যতম পথিকৃৎ জ্যোতিপ্ৰসাদৰ সংগ্ৰামৰ উত্তৰাধিকাৰ– অজিত কুমাৰ পটংগীয়া

 

 

শিল্পকলাসংস্কৃতি :

১. দূৰণিৰ নিৰলা পঁজা – নিখিলেশ্বৰ বৰুৱা

২. মুক্ত চিন্তাৰ শীৰ্ষ গীত প্ৰতিযোগিতাৰ গীতসমূহ

 

বিজ্ঞানপ্রযুক্তি :

১. আইনষ্টাইনৰ দৃষ্টিত ধৰ্ম আৰু ঈশ্বৰ– ভাৰ্গৱ বৰঠাকুৰ

২. যুগান্তৰকাৰী বৈজ্ঞানিক আৱিষ্কাৰ – পূৰৱী দেৱী

 

পৰিৱেশপ্রকৃতি :

১. মইনা চৰাই – নন্দ গগৈ

 

কবিতা :

১. বজাৰ – প্ৰণৱজ্যোতি ডেকা

২. সৰি পৰা পকা ফল এটা নহ’লো কিয় – অচ্যুত মাধৱ দাস

৩. হাৱা পানীৰ বুদবুদ – গৌৰী শংকৰ দাস

 

অনুবাদ :

১. পুঁজিবাদৰ স্বত:স্ফূৰ্ততা– মূল : প্ৰভাত পাটনায়ক, ভাবানুবাদ : ময়ূৰ চেতিয়া

২. উদাৰতাবাদৰ বিৰুদ্ধে যুঁজ(ছেপ্টেম্বৰ ৭, ১৯৩৭) – মূল: মাও জে দং, অনুবাদ : পবিত্ৰপ্ৰাণ গোস্বামী

৩. অ’ মোৰ মৰমী বিদায় – মূল: ইটালিয়ান, অনুবাদ: কৌশিক দাস

৪. ভলত্যাৰৰ জীৱন আৰু সাহিত্য – মূল: অৰুণ মিত্ৰ, অনুবাদ: মুনীন শৰ্মা

 

বিবিধ চিন্তা :

১. উষা লজ – সাগৰ সৌৰভ

২. গৌতম বুদ্ধ , বৌদ্ধ দৰ্শন আৰু কেতবোৰ প্ৰশ্ন – অনুপমা বৰগোহাঁই

৩. আধুনিকতা, ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু সামাজিক সংস্কাৰ – ইন্দ্ৰজিৎ দত্ত

৪. পিতৃ-মাতৃৰ শেষ আশ্রয়স্থল বৃদ্ধাশ্ৰম হোৱাৰ মূলতে কেৱল সন্তানেই দায়ী নে?- ময়ূৰী বৰুৱা

৫.ৰাভাক বিচাৰি – পার্থপ্রতীম বৰকটকী

৬. বেজবৰুৱা মানুহজন – মনজিতা শইকীয়া

 

ক্ৰীড়াংগন :

১. ক্ৰিকেটীয় জাতীয়তাবাদ সম্পৰ্কে কিছু কথা – জিতেন বেজবৰুৱা

 

লঘুগুৰু :

১. সময়ৰ অগল্প – মনোজ কুমাৰ মহন্ত

 

অতিথি সম্পাদকৰ শিতান :

১. অতিথি সম্পাদকৰ কলম – জুনু বৰা

২. নাৰী নিৰ্যাতনৰ উৎস বিচাৰি – ড: অনিমা গুহ 

৩. নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থূলমূলকৈ দুষাৰমান – জিতেন বেজবৰুৱা

৪. মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : বোধ আৰু বিচাৰ – বিপাশা বৰা

৫. জনন পৰিচয়, নাৰী, ৰাষ্ট্ৰ, এটিট্যুড, অধিকাৰ – সমুদ্ৰ কাজল শইকীয়া

৬. ক্ষমতা আৰু পুৰুষতন্ত্ৰ – সন্ধ্যা দেৱী

৭. নব্য উদাৰীকৰণৰ প্ৰতিক্ৰিয়া : পণ্যৰূপে নাৰীক প্ৰক্ষেপণ- ড০ অনুৰাধা শৰ্মা

৮. ভাষিক অৱদমন আৰু ভাৰতীয় নাৰী – টুনুজ্যোতি গগৈ

৯. নাৰীবাদেই মোৰ বিয়াখন ৰক্ষা কৰি আহিছে – মূল:  ক্ৰিষ্টি চাৰ্চ, অনুবাদ: ময়ূৰ চেতিয়া

১০. নাৰী নিৰ্যাতন আৰু সমাজৰ মানসিকতা– অসমী গগৈ

১১. মানৱ সৰবৰাহ : মানৱ অধিকাৰ উলংঘন – চিত্ৰলেখা বৰুৱা

১২. তিনি তালাক: মহিলাৰ অধিকাৰৰ ৰাজনীতিকৰণৰ প্ৰসংগত – পাৰভিন চুলতানা

১৩. কৰ্মস্থানত নাৰীৰ যৌন নিৰ্যাতন: ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থা – গীতালী বৰপাত্ৰগোহাঁই

১৪. নাৰী-স্বাস্থ্য সম্পৰ্কে দুটামান জটিল, দুটামান সৰল কথা – উদ্দীপ তালুকদাৰ

১৫. জৰায়ু – পূজা নিৰালা

১৬. সঁচা-মিছা – কনকলতা দত্ত

১৭. ইছলামিক নাৰীবাদ আৰু ইয়াৰ প্ৰত্যাহ্বান – আবিদ আজাদ

১৮. মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ ঘোষণা আৰু শিশুৰ পুষ্টিহীনতা – ভবেশ নাথ

১৯. শৰীৰত দোলন্ত যাঠিডাল নথকাৰ বাবেই? – বৰ্ণালী বৰুৱা দাস

২০. মহিলা শ্ৰমিক,পুঁজিবাদ,নাৰীবাদ ইত্যাদি – পূজা নিৰালা

২১.  বিটি ফ্ৰিডান আৰু মহিলাৰ ঘৰুৱা কাম-কাজ – ৰত্না দত্ত

২২.পৰিস্থিতিৰ সঠিক বিশ্লেষণেৰে নাৰী আন্দোলন বিকশাই তোলো আহক – অঞ্জু বৰকটকী

২৩. হিন্দুত্ববাদৰ পৃষ্ঠপোষকতাত নাৰী সবলীকৰণৰ দুঃস্বপ্ন – সুজাতা হাতীবৰুৱা

২৪. এটা নষ্ট সপোন: ‘অদাহ্য’-  ননি

২৫. ধৰ্ম আৰু নাৰী – আৰহান ইনামূল

২৬. নাৰী আৰু লিংগ পাৰ্থক্য – ৰেহেনা চুলতানা

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *