সূচী

সূচীপত্ৰ (২য় বছৰ, চতুৰ্থ সংখ্যা)

সম্পাদকীয় :

কাৰাগাৰহীন পৃথিৱীৰ সপোন – কৌশিক দাস

কেন্দ্রীয় নিবন্ধ :

১. জাতীয়তাবাদ আৰু নাৰী: এটি চমু আলোচনা – জিতেন বেজবৰুৱা
২. মান্টোৰ দহখন চিঠি – কাশ্যপ চৌধুৰী
৩. কোন বাটে অসমীয়া গান – বৰ্ণালী বৰুৱা দাস

৪. বেংমৰাৰ বুৰঞ্জী (৩য় খণ্ড) – টুনুজ্যোতি গগৈ

শিল্প-কলা-সংস্কৃতি :

১. জুলিয়েটা: নাৰী চৰিত্ৰৰ সফল প্ৰতিফলন আৰু সম্পৰ্কৰ আন্ত: গাঁঠনি – সাগৰ সৌৰভ
২. বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে কথোপকথন – উৎপল দত্ত

বিজ্ঞান-প্রযুক্তি :

১. ত্ৰিমেৰু অভিযানৰ অন্তিম দশা : পংকজ জ্যোতি মহন্ত

২. নিউট্ৰাচিউটিকেল: এটি প্ৰাৰম্ভিক আলোচনা – সুদেষ্ণা বৰুৱা

পৰিৱেশ-প্রকৃতি :

১. পক্ষী জগতৰ অভিযন্তা টোকোৰা চৰাই – নন্দ গগৈ

২. বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ – নৱজিৎ বৰ্মন

কবিতা :

১. জোক – অচ্যুৎ মাধৱ দাস

২. বালিচাঙত জন লেনন – সাগৰ সৌৰভ

৩. এজন মাছমৰীয়াৰ মৃত্যুত – কুলেন দাস

অনুবাদ :

১. আতিশয্যৰ যুগ – মূল : এৰিক হবছবম, ভাবানুবাদ : ময়ূৰ চেতিয়া

২. একাকাৰ – মূল: মনোজ বসু, অনুবাদ : বৰ্ণালী বৰুৱা দাস
৩. মটৰচাইকেল ডায়েৰি – মূল : চ্ছে গুৱেৱাৰা, অসমীয়া ভাঙনি (কিছু অতিৰিক্ত সংযোজন সহিতে) : আৰহান ইনামূল

গ্রন্থ পৰিচয় :

১. উত্তৰণ আৰু উত্তৰাধিকাৰ – ৰাচিদা ৰহমান

বিবিধ চিন্তা :

১. দিল্লী বিশ্ববিদ্যালয়ত কি ঘটিছিল? – আশ্ৰাফুল হুচেইন

২. প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ সন্ধানত : অসমীয়া জাতীয়তাবাদৰ ফোঁপনি আৰু চিলাপথাৰ কাণ্ড  –  (প্ৰাঞ্জল দেউৰী)

লঘু-গুৰু :

১. ড০ এচ আৰ এল বৰুৱাৰ চেম্বাৰত এভূমুকি – কৌশিক দাস

অতিথি সম্পাদকৰ শিতান :

১. সাক্ষাৎকাৰ, জেৰিফা ৱাহিদ – সাক্ষাৎগ্ৰহণ: ফাৰ্ণাজ নাৰ্গিচ দুৱৰা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *