সূচী

সূচীপত্ৰ (২য় বছৰ ৫ম সংখ্যা)

সম্পাদকীয় :

স্বাধীনতাৰ কল্পনা আৰু যুক্তি – কৌশিক দাস

কেন্দ্রীয় নিবন্ধ :

১. যৌন-অপসাহিত্য সম্পৰ্কে যৎকিঞ্চিৎ – প্ৰসেনজিৎ চৌধুৰী
২. শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে – জিতেন বেজবৰুৱা
৩. চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ – সুপ্ৰকাশ তালুকদাৰ
৪. ঈশ্বৰ বিশ্বাস সম্পৰ্কে দুআষাৰ – মানস প্ৰতীম কলিতা
৫. অনুপ্ৰৱেশ, অসমৰ জাতীয় প্ৰশ্ন আৰু ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতা – ইন্দ্ৰজিৎ বৰা

শিল্প-কলা-সংস্কৃতি :

১. মন দোলে ফাগুনৰে বা-ত – প্ৰদ্যুন্ম কুমাৰ গগৈ
২. জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰ নাথ দত্তৰ সৈতে কথোপকথন, দ্বিতীয় খণ্ড)– উৎপল দত্ত
৩. চলচ্চিত্ৰ : ‘আলিফা’ আৰু আনুষঙ্গিক – আশ্ৰাফুল হুছেইন

বিজ্ঞান-প্রযুক্তি :

১. উইলিয়াম ছকলে : ছিলিকনৰপৰা ছিলিকন ভেলিলৈ – ভাৰ্গৱ বৰঠাকুৰ
২. যুগান্তৰকাৰী বৈজ্ঞানিক আবিষ্কাৰ – পূৰৱী দেৱী
৩. বিশৃংখলতাৰ তত্ত্ব : এটি চমু আলোচনা – আছাদুল্লা মহম্মদ শ্বামিম

পৰিৱেশ-প্রকৃতি :

১. নানাৰঙী চৰাইৰ ৰঙৰ আঁৰত – নন্দ গগৈ

কবিতা :

১. শ্ৰদ্ধেয় অৰুণ শৰ্মালৈ শ্ৰদ্ধাৰে…. – ৰশ্মিৰেখা বৰা
২. বৃষ্টি স্ৰষ্টা – কুলেন দাস
৩. সহযোদ্ধা – শুভলক্ষ্মী
৪. হাতুৰী সংগীত – মনজিতা শইকীয়া

অনুবাদ :

১. অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব (১ম লানি) – মূল : প্ৰভাত পাটনায়ক, ভাবানুবাদ : ময়ূৰ চেতিয়া
২. চাৰ্লি চেপলিনৰ ‘দা গ্ৰেট ডিক্টেটৰ’ৰপৰা – অনুবাদ : ভবেন্দ্ৰনাথ কলিতা

গ্রন্থ পৰিচয় :
১. জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন – মীনাক্ষী বৰুৱা

বিবিধ চিন্তা :

১. আৰ্যবাদ, নমামি ব্ৰহ্মপুত্ৰ আৰু নদী সংযোগ আঁচনি ইত্যাদি – প্ৰাঞ্জল দেউৰী
২. অৰুণ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি – ৰাণা চৌধুৰী
৩. মানুহৰ বাবে এটা গদ্য – নিকু দুৱৰা

ক্ৰীড়াংগন :

১. জুবিলি টেষ্টৰ নায়ক – কৌশিক দাস

লঘু-গুৰু :

১. লিমাৰিক – বসন্ত কুমাৰ বৰা

অতিথি সম্পাদকৰ চ’ৰা :
১. অতিথি সম্পাদকৰ কলম – সুশান্ত কৃষ্ণ শৰ্মা
২. সৰুধেমালি-বৰধেমালি – জেহিৰুল হুছেইন
৩. ‘দণ্ডবিধি’, এক সকীয়নি – অৰূপা পটংগীয়া কলিতা
৪. জেহিৰুল হুছেইনৰ গল্প – বিপুল খাটনিয়াৰ
৫. বিষয় ‘নাইচ কা’ – সপোনজ্যোতি ঠাকুৰ
৬. মধ্যবিত্তীয় ভণ্ডামিৰ সমালোচক জেহিৰুল হুছেইনৰ গল্প – লিপিমণি দত্ত
৭. কলেৰা ডাক্তৰ, মৰূদ্যান আৰু আশীৰ দশকৰ এজন গল্পকাৰ – বিপাশা বৰা
৮. সংস্কৃতিৰ ভেটি – টুনুজ্যোতি গগৈ
৯. জীৱন যন্ত্ৰণাৰ নিৰ্মম চিত্ৰণ জেহিৰুল হুছেইনৰ ‘বাঘ মানুহ’ – মীনাক্ষী বৰুৱা
১০. জেহিৰুল হুছেইনৰ কবিতা – নয়নমণি মেধি
১১. জেহিৰুল হুছেইনৰ পৰিবাৰ ছফিয়া হুছেইনৰ সাক্ষাৎকাৰ (সাক্ষাৎগ্ৰহণ– সুশান্ত কৃষ্ণ শৰ্মা)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *