Author > ‘মুক্ত চিন্তা’ৰ কৰ্মদল

Posts by ‘মুক্ত চিন্তা’ৰ কৰ্মদল

অতিথি সম্পাদকৰ কলম - পংকজ জ্যোতি মহন্ত

যোৱা ৫ জুন তাৰিখে স্বনামধন্য অনুবাদক ড° প্ৰফুল্ল কটকীদেৱৰ মৃত্যু হয়৷ তেওঁ বিজ্ঞান সম্পৰ্কীয় কেইবাখনো গ্ৰন্থও অনুবাদ কৰিছিল৷ তাৰে এখন হ'ল "লুচি মই আহিছোঁ", যিখন...অধিক

160 0

সম্পাদকৰ টোকা : সোপাধৰা আৰু গণ-উন্মাদনা (‍কৌশিক দাস)

কাৰ্বি আংলঙৰ ডেনগাঁওৰ পাণজুৰিত সংঘটিত হৈছে এক মৰ্মন্তুদ ঘটনা। দুগৰাকী তজ্‌বজীয়া ডেকা নিলোৎপল দাস আৰু অভিজিত নাথ গৈছিল কাংথিলাংছ' জলপ্রপাতটি চাবলৈ। তাতেই “সোপাধৰা” বুলি এচাম...অধিক

437 2

সূচীপত্ৰ : ৩য় বছৰ ৩য় সংখ্যা

সম্পাদকীয় : সোপাধৰা আৰু গণ-উন্মাদনা-‍কৌশিক দাস   কেন্দ্রীয় নিবন্ধ : লেনিন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – ভবেশ নাথ বিহু হওক জাতি গঠনৰ মঞ্চ – টুনুজ্যোতি...অধিক

280 0

জন হেনৰী-(বৰ্ণালী বৰুৱা)

১. প্ৰস্তাৱনা লৌহ মানৱ তেওঁ বৰ্ম আচ্ছাদিত সুঠাম কৃষ্ণ-দেহ । শিলৰ বাহু ! ভৰসাৰে কোমল , শিলৰ বুকু ! প্ৰেমেৰে সিক্ত ! প্ৰথম দিনাই তেওঁ...অধিক

191 0

জনস্বাস্থ্য আৰু বিজ্ঞান - (জেহেৰুল ইছলাম)

আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত শতকৰ পিছত শতক গৰকি অহা "অৰ্থদস্ক" পদ্ধতিৰ ব্যৱহাৰ এতিয়াও সমাজত প্ৰচলিত হৈ আছে। যিবোৰ পদ্ধতিৰ প্রচলনে অকল দুই এটা পৰিয়ালত...অধিক

170 0

বিজ্ঞান আৰু সমাজ - (অঞ্জন জ্যোতি ডেকা)

এগৰাকী জীৱনীকাৰে ন'বেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে - "সত্যৰ মোহৰ...অধিক

136 0

গণতন্ত্ৰ, নৱ উদাৰবাদী অৰ্থনীতি আৰু পুঁজিবাদ-(দীপ দাস)

বস্তু-জগতত বিৱৰ্তন অনিবার্য। মানৱ-সভ্যতাৰ আৰম্ভণিৰে পৰা বিৱৰ্তন মাজেদি আমি আজিৰ এই সময়ত উপনীত হৈছোঁ। বর্বৰ যুগৰ পৰা সম্ৰাজ্যবাদলৈ, তাৰ পাছত আজিৰ পুঁজিবাদী সমাজ-ব্যৱস্থা এই সকলো...অধিক

176 0

কৃত্ৰিম বুদ্ধিমত্তা : মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ - (পংকজ বৰুৱা)

কল্পনা কৰকচোন, যদি এটা মেচিনে বা এটা ৰবটে আপোনাৰ সকলো কাম নিপুনতাৰে কৰিব পাৰে, মানুহৰ বাবে যিখিনি কৰিবলৈ কষ্টকৰ মেচিনে যদি সেইখিনি সহজে কৰিব পাৰে,...অধিক

206 0