সূচীপত্ৰ (৭ম বছৰ প্ৰথম সংখ্যা)
সম্পাদকীয়
অবিজ্ঞান, অপবিজ্ঞান আৰু ছদ্মবিজ্ঞান–কৌশিক দাস
কেন্দ্রীয় নিবন্ধ
কৰ্মফলবাদ সম্পৰ্কে কতিপয় টোকা – প্রসেনজিৎ চৌধুৰী
বিষ্ণুপ্ৰসাদ ৰাভাৰ ইতিহাস চেতনা – টুনুজ্যোতি গগৈ
এগৰাকী ব্যতিক্ৰমী নাৰী – লুচি হা’টকিনচন – পূৰৱী দেৱী
শোষণৰ হাথিয়াৰ ধৰ্ম – ৰূপক বৰুৱা
সৰলকৈ নাৰীবাদ বুজাৰ প্ৰচেষ্টাৰে – বীথিকা হাজৰিকা
মাইক্ৰ’-ফাইনেঞ্চ– পাৰ্থ প্ৰতীম বৰকটকী
শিল্প কলা সংস্কৃতি
গানে কিয় টানে মানুহৰ প্ৰাণ– বৰ্ণালী বৰুৱা দাস
লোক-সংগীত শিল্পী ৰুমি শইকীয়াৰ সৈতে মুক্ত চিন্তাৰ আলাপ– সাক্ষাৎগ্ৰহণ- মমিন বৰা, বৰ্ণালী বৰুৱা দাস
আৰ্ট গেলাৰী– ডেইজী দূৰ্বা চহৰীয়া
বিজ্ঞান-প্ৰযুক্তি
সৌৰজগতৰ সৰ্ববৃহৎ উপগ্ৰহ গেনিমেড আৰু নাছাৰ জুনো অভিযান– পংকজ বৰুৱা
নাছাৰ কেনেডি স্পেছ চেন্টাৰ’ত ভ্ৰমণৰ এক চমু অভিজ্ঞতা– নিতাশ্ৰী ডেকা
এণ্টিমেটাৰৰ ঠিকনা বিচাৰি: বৈজ্ঞানিক ঋষি প’ল ডিৰাক আৰু দ্য থিয়ৰী অব্ এভৰিথিং– অঞ্জনজ্যোতি ডেকা
গল্প-কবিতা
চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা–খগেশ সেন ডেকা
বিষ্ণু ৰাভা, বৰজোপাৰ শিপাত মুখ থৈ তুমি– অনিতা গগৈ
বৃক্ষ– অনামিকা শৰ্মা
গাড়ীৰ ভাৰা– দীপজ্যোতি দাস
কচৰৎ– অনুপমা ভূঞা অধিকাৰী
অনুবাদ
গল্প আৰু মিথৰ উৎপত্তি আৰু প্ৰয়োজনীয়তা – মূল: ইউভাল নোৱাহ হাৰাৰি, অসমীয়া ভাৱানুবাদ: আদিত্য আলোক
ফিডেলৰ বাবে এটা গান– মূলঃ আৰ্নেষ্ট’ চে গুৱেভাৰা, অনুবাদ: বিতোপন গগৈ
মানৱতাৰ পাঠ– মূল-শতৰূপা সান্যাল, অনুবাদ: ৰুমা অধিকাৰী
জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে পেডবোৰ বিৰক্তিকৰ– মূল: অলিভিয়া গে’টউড, অনুবাদ: মুনমুন সৰকাৰ
পাহাৰ আৰু নদীখন – মূল: পাব্লো নেৰুডা; অনুবাদ: কিশোৰ দাস
বিশ্বাস-অবিশ্বাস
মহৎ মৃগী– ডাঃ দীপজ্যোতি বৰা
বিজ্ঞান কি?–ড° পবন কুমাৰ চহৰীয়া
বিবিধ চিন্তা
“সাম্প্ৰতিক সমাজ আৰু সংস্কৃতি” – এক অৱলোকন (গ্ৰন্থ পৰিচয়)– মিনাক্ষী বৰুৱা
তিনি আলিৰ আড্ডা: দেশ-দুনীয়া আৰু ৰাজনীতি–ভাৰ্গৱ বৰঠাকুৰ
সৈনিকশিল্পী বিষ্ণু প্ৰসাদ ৰাভাঃ ব্যক্তিত্বৰ জিলিঙণি– ৰঞ্জিত ভূঞা
সেন্দূৰ পৰম্পৰা বনাম লিংগ সমতা– কল্যাণী বৰুৱা
ৰাভা, তুমি জীয়াই আছা ৰঙা হিয়াৰ নিভৃত কোণত–ৰাজদ্বীপ মহন্ত
পঢ়া নাই যদিও আলোচ্য বিষয় বোৰ প্ৰগতিশীল সমাজ এখন গঢ়াৰ বাটত নিঃসন্দেহে গুৰুত্বপূৰ্ণ । প্ৰাপ্তি স্থান ?
টুনুজ্যোতিৰ প্ৰবন্ধত মোৱামৰীয়া বিদ্ৰোহ সম্পৰ্কে
যি কথা কোৱা হৈছে বহুদিনৰ পাহৰণিৰ পিছত মই ১৯৭৫-৭৬ চনমানত ‘সাহিত্য আৰু চেতনা’ কিতাপত তাক পুনৰাৰম্ভ কৰিছিলোঁ। প্ৰণালিবদ্ধ নহ’লেও বাটকটিয়া বুলিব পাৰি। কিছুমান ধাৰণা পিছত গৃহীত হ’ল।অমলেন্দু গুহৰ অগ্ৰসৰ কৃষকৰ নেতৃত্বৰ ধাৰণাৰ প্ৰমাণ নোলাল।
ৰাভা মটক সকলৰ মাজত অজ্ঞাতবাসত থকা কালত ঘাইকৈ মটক সমাজৰ সমূহীয়া স্মৃতিৰ ভেটিত লিখা বুৰঞ্জীখন সেয়ে বিৱৰণ ধৰ্মী। তাত বিশ্লেষণ নাই। তাৰ প্ৰবল প্ৰতিপত্তি সত্বেও সমাজ ৰূপান্তৰত তাৰ বিফলতাৰ ব্যাখ্যা নাই।এইটো মধ্যযুগৰ ইউৰোপৰ কৃষক বিদ্ৰোহৰ দৰে বিদ্ৰোহ,
বিপ্লৱ নাছিল।