সূচী

সূচীপত্ৰ-(৭ম বছৰ ষষ্ঠ সংখ্যা)

সম্পাদকীয়:
সম্পাদকৰ টোকা :: ককাদেউতা আৰু নাতি, ট্ৰাক আৰু হাতী (কৌশিক দাস)
কেন্দ্রীয় নিবন্ধ :
অপসংস্কৃতি আৰু কিশোৰ মন – প্ৰসেনজিৎ চৌধুৰী
নীলমণি ফুকনৰ কবিতা : অন্তৰংগ অনুভৱ -ৰবীন্দ্ৰ সৰকাৰ
স্বৰাজোত্তৰ ভাৰতত শ্ৰেণীৰ বিকাশ আৰু ৰাজহুৱা খণ্ডৰ উপাখ্যান – ইন্দ্ৰজিৎ বৰা
ক্ষীৰধৰ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ- সাক্ষাৎগ্ৰহণঃ ভাস্কৰ ভূঞা
উনবিংশ শতিকাত অসমীয়া জাতীয় চেতনাৰ সন্ধান: পদ্মনাথ গোহাঞিবৰুৱা আৰু পানীন্দ্ৰনাথ গগৈৰ বিশেষ উল্লেখনসহ- হৰ্ষবৰ্দ্ধন
শিল্প কলা সংস্কৃতি
লোকসংস্কৃতি আৰু শ্ৰেণীচেতনা – দীপাংকৰ ঠাকুৰীয়া
বিজ্ঞান-প্ৰযুক্তি
বিজ্ঞানৰ ইতিহাসত নাৰী (প্ৰথম অংশ) – পূৰবী দেৱী
ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং – গৌৰৱ লাহন
গল্প-কবিতা
দৈনন্দিন – অঙ্গনা দত্ত
যুযুৎসু- অজিত তালুকদাৰ
অস্তৰাগত সপোনৰ সন্ধান – বৰ্ণালী ফুকন
নুশুনা সাধুটো – বৰ্ণালী পাঠক
অনুবাদ :
ৰূপম – মূল বাংলা: সুবোধ সৰকাৰ; অনুবাদ: ৰূপম দাস
বিবিধ চিন্তা :
ইতিহাসৰ শুদ্ধিকৰণ আৰু মহিশূৰৰ টিপু চুলতান – অলকেশ শইকীয়া
ড্রেগন ফল : কৃষিপদ্ধতি আৰু ইটো-সিটো – মানসী বৰুৱা

English Section:

A journey from South Of Asia to South of Europe- Exploring Zagreb – Farzana Ibrar

Print Friendly, PDF & Email

One thought on “সূচীপত্ৰ-(৭ম বছৰ ষষ্ঠ সংখ্যা)

  • পাবলো নেৰুদাৰ কবিতা সমুহ পঢ়িব পাই বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *