সূচী

সূচী : প্ৰথম সংখ্যা

সম্পাদকীয় :
সম্পাদকৰ টোকা : বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্রসংগত- কৌশিক দাস

কেন্দ্ৰীয় নিবন্ধ :

১) যুক্তিবাদী আন্দোলন : অন্তৰ্নিহিত সমস্যা আৰু আনুষংগিক প্ৰসংগ - প্ৰসেনজিৎ চৌধুৰী
২) অসমীয়া জাতীয়তাবাদৰ জন্ম আৰু বিকাশ - পৰাগ দাহাল
৩) জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ - ময়ূৰ চেতিয়া
৪) চাহ শ্ৰমিকৰ ওপৰত শোষণৰ অৱসান কেতিয়া? -আশ্ৰাফুল হুছেইন
৫) বস্তুনিষ্ঠ ইতিহাস চৰ্চা - টুনুজ্যোতি গগৈ‌
৬) মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা - জিতেন বেজবৰুৱা
৭) ‘ফে’চবুক’,‘টুইটাৰ’ৰ দিনতো অন্ধবিশ্বাস - উদ্দীপ তালুকদাৰ
৮)  অনিমা গুহৰ দৃষ্টিৰে ড অমলেন্দু গুহ (সাক্ষাৎকাৰ) - আবিদ আজাদ

শিল্প-কলা-সংস্কৃতি :
১) ষড়দ্ৰষ্টা : বিভিন্ন স্থান-কালৰ পৰিপ্ৰেক্ষিতত ছয় প্ৰকাৰৰ দ্ৰষ্টা বা দৰ্শকৰ সংজ্ঞা নিৰূপণৰ প্ৰয়াস - সমুদ্ৰ কাজল শইকীয়া
২) বিখ্যাত চিত্ৰকৰ সতীশ গুজৰালৰ সৈতে বাৰ্তালাপ (সাক্ষাৎকাৰ)মূল : সুৰুচি, অনুবাদ : আবিদ আজাদ
বিজ্ঞান-প্ৰযুক্তি :
১) বিজ্ঞানমনস্কতাৰ সপক্ষে - গৌৰীশংকৰ ভূঞা
২) কোনবোৰ কথা বিজ্ঞানসন্মত - শান্তনু তামূলী
৩) প্ৰাগৈতিহাসিক যুগত বিজ্ঞানৰ বিকাশ - আৰহান ইনামূল
পৰিবেশ-প্ৰকৃতি :
১) গোদাবৰ্মন মোকৰ্দমা : বন সংৰক্ষণ বিপ্লৱ - কামাল আজাদ
২) অসমৰ সাপ - নৱজিৎ বৰ্মন
অনুবাদ প্ৰন্ধ :
১) “আস্তিকতা বনাম নাস্তিকতা”ৰ প্ৰত্যুত্তৰত – মূল : অভিজিৎ ৰায়,অনুবাদ : বৰ্ণালী বৰুৱা দাস
২) নাৰীবাদী দৃষ্টিৰে পৃথিৱীখন –মূল : নিবেদিতা মেনন,অনুবাদ : ময়ূৰ চেতিয়া
অনুবাদ গল্প :
একুৰি বছৰ পাছত মূল : অ’হেনৰি,অনুবাদ : কৌশিক দাস
কবিতা :
১) প্ৰস্তৰ মূৰ্তি - প্ৰীতি শইকীয়া
২) আইনাত,আৰ্তিৰ খুন্দাত -গৌতম প্ৰিয়ম মহন্ত
ক্ৰীড়াংগন :
ক্ৰীড়া আৰু এক সপোন - অমিতাভ মহন্
গ্ৰন্থ পৰিচয় :
এইবাৰৰ বুক ছেল্ফত- অবিৰতা নৃত্যাংগন
লঘু-গুৰু:
১) গৌৰীশংকৰ ভূঞা
২) মধুস্মিতা নেওগ
অতিথি সম্পাদকৰ চৰা :
১) অতিথি সম্পাদকৰ কলম - সুজাতা হাতীবৰুৱা
২) প্ৰবন্ধ :
ক) শিশু শিক্ষাৰ পেকেজ - দেৱকান্ত সন্দিকৈ
খ) কেৱল মানি,হিয়া,নাচৰিনহঁতৰ বাবে - দেৱব্ৰত দাস
গ) শিশুৰ মানসিক বিকাশ আৰু ধৰ্মৰ প্ৰভাৱ - আবু এম পি হোছেইন
ঘ) পপকৰ্ন,ছুইংগাম,ষ্টিকাৰ,চকলেট,চিনেমা,আদিবোৰ - ননি
ঙ) বিধ্বস্ত পৰিয়াল,নিঃস্ব সামাজিক জীৱন আৰু শিক্ষাৰ পোহৰ নোপোৱা এজাক শিশুৰ ভৱিষ্যৎ - প্ৰতীক্ষা দাস
৩) গল্প :
ক) বৰ্ণহীন - বৰ্ণালী বৰুৱা দাস
খ) বকচিচ - সুদৰ্শন বৰবড়া
গ) সন্ন্যাসিনী প্ৰজাপতি - অনুপমা বৰগোহাঁই
৪) কবিতা :
ক) পৰশুৰামৰ পাঁচালী - নিকু দুৱৰা

Leave a Reply

Your email address will not be published. Required fields are marked *