সূচী

সূচীপত্ৰ – ৩য় বছৰ প্ৰথম সংখ্যা

সম্পাদকৰ টোকা :
ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ :: কৌশিক দাস
কেন্দ্রীয় নিবন্ধ :‌
১) বিজ্ঞান আৰু মানৱীয় মূল্যবোধ :: কৌশিক দাস
২) চাহ-শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত :: জিতেন বেজবৰুৱা
৩) গৰুৰ বিষয়ে এখন ৰচনা :: টুনুজ্যোতি গগৈ
৪) মুছলমান সমাজৰ সংকট: দুটামান কথা :: জিতেন বেজবৰুৱা
শিল্প-কলা-সংস্কৃতি :
১) এটা পেচাবখানাৰ এশ বছৰ: মাৰ্চেল ডুচ্যঁ আৰু পৰৱৰ্তী শিল্পভাৱনা :: সমুদ্ৰ কাজল শইকীয়া
বিজ্ঞান-প্রযুক্তি :
১) বিস্ময়কৰ মহাজাগতিক পৰিঘটনা :: ভাৰ্গব বৰঠাকুৰ
২) যুগান্তকাৰী বৈজ্ঞানিক আৱিষ্কাৰ(তৃতীয় অংশ) :: পূৰৱী দেৱী
গল্প-কবিতা :
১) নৰক :: উপাসনা কৃষ্ণাত্রেয়
২) নমস্য :: কুলেন দাস
৩) অজাতি সপোনৰ কথা :: কল্যাণী বৰ্মন
অনুবাদ :
ক. প্ৰৱন্ধ :
মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিবী :: মূল: প্ৰভাত পাটনায়ক, অনুবাদ: ময়ূৰ চেতিয়া
খ. গল্প :
সন্তাপ :: মূল: এন্টন ছেখভ, অনুবাদ: ড০ বসন্ত কুমাৰ বৰা
গ. কবিতা :
তাতকৈ :: মূল: নীৰেন্দ্রনাথ চক্রবর্তী, অনুবাদ: মধুছন্দা চলিহা ভূঞা
গ্ৰন্থ সমালোচনা :
পীক্‌স্কিল: এক সম্যক পৰিচিতি :: মীনাক্ষী বৰুৱা
বিশ্বাস-অবিশ্বাস :
১) দেৱতা, বিশ্বাস আৰু আধুনিক মানুহ :: অজিত শইকীয়া
২) কুসংস্কাৰ, অন্ধবিশ্বাস আৰু বিজ্ঞান :: অম্লানিকা কলিতা
বিবিধ চিন্তা :
১) “মুক্ত চিন্তা”-ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন :: ত্ৰিলোচন গগৈ
২) অসমত বৰ্ষাৰণ্যৰ সুষমা :: ড০ নৱ কুমাৰ চমুৱা
৩) যুৱ-উশৃংখলতা বনাম প্ৰকৃতি আৰু প্ৰতিপালন :: মনজিতা শইকীয়া
৪) শীতৰ আলহী পক্ষী :: নন্দ গগৈ
৫) নালীয়াপুলৰ বিপদ সংকেত :: জ্যোতিপ্ৰসাদ আগৰৱালা

অতিথি সম্পাদকৰ চ’ৰা :
১) অতিথি সম্পাদকৰ কলম :: আশ্ৰাফুল হুছেইন
২) অসমত বিদেশী অনুপ্ৰবেশ, জন-গাঁঠনিগত সমস্যা আৰু অসমীয়া জাতীয়তা :: ৰক্তিম শৰ্মা
৩) অসমৰ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যৎ :: টুনুজ্যোতি গগৈ
৪) অন্ধবিশ্বাস আৰু কুসংস্কাৰ :: হানিফ মোস্তাক আহমেদ
৫) চৰ-চাপৰি, জাতীয়তাবাদ আৰু উত্তৰ উপনিবেশিক ৰাষ্ট্ৰ :: প্ৰফুল্ল নাথ
৬) প্ৰসংগ সংখ্যালঘু : এক আত্মসমালোচনা :: আব্দুল মালেক আহমেদ
৭) অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চৰ-চাপৰিবাসীৰ ভূমিকা :: ফজল আলী আহমেদ
৮) সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত চৰ-চাপৰিবাসী :: ডঃ আবুল হুছেইন
৯) চৰ ভ্ৰমণ : এটি অনুভৱ :: অমিতাভ ৰঞ্জন কানু
১০) চৰ-চাপৰিৰ নাৰীৰ সামাজিক জীৱন :: আশ্ৰাফুল ইছলাম
১১) জীৱন আৰু জীৱিকাৰ সংগ্ৰামত চৰ-চাপৰিৰ নাৰীৰ জীৱনপঞ্জী :: বেগম আছমা
১২) চৰ-চাপৰিৰ এক চমু ইতিহাস :: ড° হাফিজ আহমেদ
১৩) অসমৰ চৰাঞ্চলৰ পৰা লক্ষ্ণৌলৈ : ‘কুড়াৱালা’ সকলৰ কথাৰে :: ডঃ ৰোলি মিশ্র, পাৰভিন চুলতানা
১৪) চৰ-চাপৰিৰ স্বাস্থ্যসেৱা : প্ৰত্যাহ্বান আৰু মোকাবিলা :: শ্বাহ জামাল আলম
১৫) অসমীয়া জাতি গঠনৰ স্বাৰ্থত চৰ-চাপৰিত প্ৰয়োজন শিক্ষা সংস্কাৰৰ আন্দোলন :: জাকিৰ হোছেইন সৰকাৰ
১৬) চৰ অঞ্চলৰ ৰাজনীতি : এক বিহংগম দৃষ্টি :: বিবেক দাস
১৭) চৰ-চাপৰিৰ বিহু পৰম্পৰা :: ৰেহনা চুলতানা
১৮) চৰৰ কথা : সাম্প্ৰদায়িক সম্প্ৰীতি, বাংলাদেশী ইত্যাদি :: পাৰভিন চুলতানা
১৯) অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ৰ আলোকত চৰ এলেকাৰ ছাত্ৰ-ছাত্ৰীৰ কিছু সমস্যা :: ৰত্না ভৰালী তালুকদাৰ
২০) অসমৰ চৰ-চাপৰিৰ বংগমূলীয় মুছলমানৰ সাহিত্যিক অৱদান :: ডঃ অনুৰাধা শৰ্মা
২১) আব্দুল হামিদ ভাসানী আৰু ঔপনিৱেশিক অসমৰ পিছৰ ছোৱাত ভূমি ৰাজনীতি :: মূল: গোৰ্কি চক্ৰৱৰ্তী, অনুবাদ: যতীন্দ্ৰ চৌধুৰী
২২) চৰ: শোষণ-পীড়নৰ এক ৰম্যভূমি :: পৰিশ্মিতা নাথ
২৩) চৰৰ পৰা আহিলোঁ :: দিগন্ত চহৰীয়া
২৪) চৰ ভ্ৰমণে সলনি কৰিলে মোৰ ধাৰণা :: আৰহান ইনামূল‌
২৫) প্ৰসংগ : জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু চৰ-চাপৰিবাসী মুছলমান :: আব্দুৰ ৰহিম
২৬) চৰ-চাপৰিৰ মুছলমানৰ ৰাজনীতি আৰু মুছলমানকেন্দ্রিক ৰাজনীতি :: ওমৰ আলী চৌধুৰী
২৭) চৰ-চাপৰিৰ থলুৱা অসমীয়া :: ইছমাইল হোছেইন
২৮) অসমৰ চৰ-চাপৰিৰ অৰ্থনীতি :: আনিছুৰ ৰহমান
২৯) চৰ-চাপৰিৰ মুছলমান সমাজ আৰু লোক সংস্কৃতি :: আনোৱাৰ হোছেইন
৩০) চৰাঞ্চলত বাল্য বিবাহ আৰু জনসংখ্যা বিস্ফোৰণ :: ইলিয়াছ ৰহমান সৰকাৰ
৩১) চৰাঞ্চলৰ সমাজ ব্যৱস্থাৰ ৰূপৰেখা :: ৰহমত আলী মণ্ডল

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *