মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী: ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা-৪ (মূল: প্রভাত পাটনায়ক, ভাবানুবাদ: ময়ূৰ চেতিয়া)
(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক...অধিক
468 0