গ্রন্থ পৰিচয়

বকুল ৰয়ৰ অনুবাদ গ্ৰন্থ 'কামৰূপ, কামতা, কুচবেহাৰ ৰাজ্যৰ ইতিহাস'-(বৰ্ণালী বৰুৱা দাস)

আমাৰ এক পুৰণিকলীয়া অভ্যাস অনুসৰি অসমৰ ইতিহাস বুলিলেই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ কালচোৱাৰ কথাই স্বাভাবিকভাবে মনলৈ আহে। এনে এক সুদীৰ্ঘ কালৰ শাসন পৃথিবীৰ ইতিহাসতেই বিৰল‌।...অধিক

48 0

ফ্লেবিয়া এগনেছ-(মীনাক্ষী বৰুৱা)

আইন সম্পৰ্কীয় কেইবাখনো কিতাপৰ লেখিকা, বহু সন্মানেৰে বিভূষিতা এগৰাকী অধিবক্তা, সফল মাতৃ, সফল নাৰীৰ নাম ফ্লেবিয়া এগনেছ । অত্যাচাৰী স্বামীৰ নিৰ্যাতন নেওচি ফ্লেবিয়াই বহু কষ্ট...অধিক

331 0

‘বৈকল্পিক ৰাজনীতিৰ সন্ধানত’ : জাতীয়তাবাদৰ নিৰ্মোহ পৰ্যবেক্ষণেৰে সমৃদ্ধ এখন ব্যতিক্ৰম গ্ৰন্থ কিশোৰ কুমাৰ কলিতা

অসমৰ নৱপ্ৰজন্মৰ যিকেইজন ৰাজনৈতিক বিশ্লেষক তথা সমালোচকৰ লিখনশৈলী আৰু বিশ্লেষণে এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰত জিতেন বেজবৰুৱা অন্যতম। বেজবৰুৱাৰ ‘বৈকল্পিক ৰাজনীতিৰ...অধিক

169 0

পীক্‌স্কিল- এক সম্যক পৰিচিতি (মীনাক্ষী বৰুৱা)

আমেৰিকাৰ এখন ক'লা মানুহৰ মহানগৰীত এজন পৃথিৱী বিখ্যাত সংগীতজ্ঞই বসবাস কৰিছিল। তেওঁ নিগ্ৰো, নাম পল ৰবছন। শৈশৱতে শুনা বহু কালজয়ী গীতৰ স্ৰষ্টা যে ৰবছন আছিল...অধিক

474 0

জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন - (মীনাক্ষী বৰুৱা)

শোষিত, বঞ্চিতজনৰ মুক্তিৰ হকে অহৰ্নিশে কাম কৰি থকা সংগ্ৰামী যোদ্ধা, কমিউনিষ্ট নেতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হেম বৰুৱাৰ আত্মকথা ‘জনহিতৈষী স্বপ্ন আৰু মোৰ সুদিন-দুৰ্দিন’ অলপতে প্ৰকাশ...অধিক

1660 0

প্ৰসেনজিৎ চৌধুৰীৰ উত্তৰণ আৰু উত্তৰাধিকাৰ : মনৰ বন্ধ দুৱাৰ খোলাৰ এক সঁচাৰকাঠি - (ৰাচিদা ৰহমান)

প্ৰদূষিত সময়ৰ এই সন্ধিক্ষণত সুস্থ চিন্তন আৰু মননৰ অভাৱ পৰিলক্ষিত হয় সমাজৰ প্ৰায় প্ৰতিটো অলিয়ে-গলিয়ে‌। এক সামগ্ৰিক সস্তীয়া পণ্যায়নে গ্ৰাস কৰা প্ৰতিটো ক্ষেত্ৰৰপৰা গ্ৰন্থৰ ক্ষেত্ৰখনো...অধিক

1214 0

প্ৰসংগ : ঔপনিবেশিকতাবাদৰ অন্তৰ্জীৱন - (জিতেন বেজবৰুৱা)

ৰাজনৈতিক মনস্তত্ত্ববিদ আশিস নন্দীক ঘাইকৈ আধুনিকতাৰ সমালোচক বুলিয়েই জনা যায়। ভাৰতত স্বাধীনতাৰ পৰৱৰ্তী প্ৰায় তিনিটা দশক ধৰি জৱাহৰলাল নেহৰুৰ আদৰ্শৰে বন্ধা গণতান্ত্ৰিক প্ৰমূল্য আৰু তাৰ...অধিক

654 0

বিজ্ঞানমনস্ক চিন্তাৰে পুষ্ট নাৰীমুক্তিৰ দলিল:"নাৰী- বন্ধন আৰু মুক্তি"-( ৰূপালীম দত্ত)

নাৰীমুক্তি প্ৰসংগ বা তেনে কোনো চিন্তাৰ আওতালৈ আহিলেই সততে কেতবোৰ প্রশ্নই জুমুৰি দি ধৰে। প্রশ্নটো হ’ল, মনুসংহিতাত নাৰীবিষয়ক যিবোৰ কথা বা বিধান উল্লেখ আছে সেইবোৰ...অধিক

755 0