চতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

অতিথি সম্পাদক : অচ্যুৎ মাধৱ দাস

কবিতাৰ আদৰ্শ আৰু আদৰ্শ কবিতা-(ৰাজেন কলিতা)

(অতিথি সম্পাদকৰ টোকা: ৪ৰ্থ বছৰ, ২৯শ সংখ্যাৰ শাৰদীয় ‘শ্ৰীময়ী’ আলোচনীত ১৯৯১ চনতে প্ৰকাশিত এই লিখাটো অসমীয়া কবিতাৰ প্রসংগত এক প্রভাৱশালী প্রবন্ধ। লিখাটিত উল্লিখিত সেই সময়ৰ...অধিক

103 0

নাজিম হিকমতৰ প্ৰতিবাদী সত্তা আৰু কবিতা-(ৰুমা অধিকাৰী)

নাজিম হিকমতৰ জন্ম  তুৰস্কৰ ইস্তানবুলত এটি সম্ভ্ৰান্ত পৰিয়ালত  ১৯০২ চনৰ ১৫ জানুৱাৰিত হয়। সংগ্ৰাম-মুখৰ  এই কবিয়ে কেৱল কবিতাই নহয় , উপন্যাস, নাটক, প্ৰৱন্ধ  আদিৰে প্ৰগতিশীল...অধিক

56 0

জ্ঞান পূজাৰীৰ কবিতাত বিপ্লৱী সত্তা- (আনমনা গগৈ)

ৰূপান্তৰৰ মাজেৰেহে সমাজৰ উত্তৰণ সম্ভৱ। তেনে তাড়নাত বশৱৰ্তী হোৱা পৃথিৱীৰ সকলো লেখকৰ সৃষ্টিকৰ্মতে তেওঁলোকৰ বিপ্লৱী সত্তা প্ৰকট হৈ উঠিছে। অসমীয়া কাব্য সাহিত্যতো সামাজিক দায়বদ্ধতাৰ প্ৰতি...অধিক

15 0

"ক’লা কবিতা"-(স্নেহাংকৰ)

এই বেচৰম দিনত ক’লা পিন্ধাই কথা ক’লাতো কালিমা সনা অসময় . আপুনি ক’লা সাজেৰে পোহৰকহে বেছি উজলায় বোধৰ তেজেৰে ক’লা যাৰ ভিতৰ বাহিৰ মোলান পৰে...অধিক

40 0

ৰশ্মিৰেখা বৰাৰ গল্পত প্ৰতিবাদী প্ৰগতিবাদ-(মীনাক্ষী বৰুৱা)

অসমীয়া ভাষা-সাহিত্যৰ সচেতন আৰু প্ৰতিবাদী লেখকসকলৰ মাজত কবি-গল্পকাৰ ৰশ্মিৰেখা বৰা এক উল্লেখযোগ্য নাম। সোঁতৰ বিপৰীত দিশত অৱস্থান কৰি নীৰৱে সৃষ্টিশীল কামত ব্ৰতী হৈ থকা এইগৰাকী...অধিক

Sticky! 30 0

প্ৰতিবাদী কবিৰ অজামিল উপাখ্যান-(সমুদ্ৰ কাজল শইকীয়া)

(ঘাই লেখা “প্ৰতিবাদৰ নন্দনতত্ত্ব”ৰ অংশ গোটাচেৰেক) [সাৰাংশ জুমুঠি- "অসমীয়া মধ্যবিত্ত" এই অভিধাটো কেৱল এটা অৰ্থনৈতিক ভিত্তি-প্ৰসূত আৰু হৈ থকা নাই, ই এটা মনস্তাত্ত্বিক বিভাগো হৈ...অধিক

Sticky! 90 1

তিনিটা প্ৰতিবাদী কবিতাৰ অনুবাদ-( কিশোৰ কুমাৰ দাস)

স্ফীতি - মূল: Inflation (Inflacion) কবি: নিকানোৰ পাৰা ৰুটীৰ দাম বাঢ়িছে সেয়েহে ৰুটীৰ দাম আকৌ বাঢ়িছে ৰুমৰ ভাড়া বাঢ়িছে আৰু ইয়াৰ বাবেই অইন সকলো ভাড়া...অধিক

43 0